ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ ধৰ্ণা : ৰাজপথত মটৰ চাইকেল ঠেলি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
June 29, 2020
Reading Time: 1 min read
A A
0
পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ ধৰ্ণা : ৰাজপথত মটৰ চাইকেল ঠেলি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

0 1 e1574345654996 6 1 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

নগাঁও: পেট্ৰ’ল- ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নগাঁও জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত আজি পুৱা কংগ্ৰেছৰ নেতা-কৰ্মী সকল সমৱেত হৈ,”নৰেন্দ্ৰ মোডী হায় হায়” , “অমিত শ্বাহ হায় হায়” , “বিজেপি হায় হায়”আদি শ্ল’গান দিয়ে।

ইয়াৰ পূর্বে নগাঁও চহৰৰ ৰাজপথত মটৰ চাইকেল ঠেলি ঠেলি কংগ্ৰেছ কৰ্মীয়ে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । পাছত তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতবর্ষৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়িত এই ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা প্ৰমুখ্যে কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীৰ লগতে যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু মহিলা কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

কংগ্ৰেছৰ কৰ্মীসকলে এই প্ৰতিবাদৰ জৰিয়তে পেট্ৰ’ল ডিজেলৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰাৰ উপৰিও টোল গেটৰ বিৰুদ্ধেও সৰৱ হৈ পৰে । ইপিনে , শাসনাধিষ্ঠিত চৰকাৰখনে কৰ’নাক লৈ ৰাজনীতি কৰা বুলি কংগ্ৰেছৰ নেতা-সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx