ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত ক’ৰ’ণা মুক্ত হৈছে ১৮৪ জন। ৰাজ্যত ক’ৰ’ণা মুক্তৰ সংখ্যা বৰ্তমান মুঠ ৫৮৩১ গৰাকী। ক’ৰ’ণা মুক্তৰ সংখ্যা বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকী।
টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ২৭০১ গৰাকী আৰু ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১২ গৰাকীৰ।













