ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইএম খনছিং ৰংপিৰ বিৰুদ্ধে ছাত্ৰ নেতাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনি সংবাদমেল

News Desk by News Desk
July 2, 2020
Reading Time: 1 min read
A A
0
ইএম খনছিং ৰংপিৰ বিৰুদ্ধে ছাত্ৰ নেতাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনি সংবাদমেল

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

ইএম খনছিং ৰংপিক মেডিকেল ইএম পদৰ অপসাৰণৰ দাবী বিভিন্ন সংগঠনৰ

ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে জিলাখনৰ কেএছএ, কেএছৱাইচি, কেএফএ আৰু কেএনএই ৷ আজি বিয়লি ডিফু ৰংথিয়াংস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত সংগঠনসমূহৰ নেতৃবৰ্গই এক সংবাদমেলৰ আয়োজন কৰি ইএম গৰাকীৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ৷ কেএছএৰ সভাপতি বিজয় বে’ আৰু সাধাৰণ সম্পাদক থানছিং তিমুঙে ক’ভিড-১৯ৰ দৰে ভয়াবহ পৰিস্থিতিৰ সময়ত কেএছএকে আদি কৰি বিভিন্ন সামাজিক সংগঠনে অবিৰামভাৱে বিভিন্ন উপস্বাস্থ্য কেন্দ্ৰকে আদি কৰি কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ৰাইজক বুজোৱাৰ লগতে বিভিন্ন ধৰণে সজাগতা সৃষ্টি কৰিছে ৷

আজি পুৱাৰ ভাগত কে এছএৰ সাধাৰণ সম্পাদক থানছিং তিমুঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ ইএম খনছিং ৰংপিক ফোনযোগে ৰংমংবে’ স্বাস্থ্য কেন্দ্ৰৰটোত কেতবোৰ অভাৱ-অভিযোগৰ বিষয়ে মোবাইল ফোনযোগে অৱগত কৰাৰ লগে লগে ইএম গৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ সামাজিক সংগঠনসমূহে কেৱল ছ’চিয়েল মেডিয়াৰ ফটো পষ্ট দিয়াৰ লগতে প্ৰচাৰৰ বাবেহে কাম কৰে তেওঁলোকৰ আন কোনো কাম নাই বুলি চৰম দূৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ কৰে৷

ইএম গৰাকীয়ে সংগঠনসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা এনে আচৰণ দূৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বুলি কয় কেএছএৰ সভাপতি বিজয় বে’ই ৷ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু সামাজিক সংগঠনসমূহৰ যৌথ কমিটিয়ে যি সময়ত ক’ভিড-১৯ৰ প্ৰতিহত কৰাৰ বাবে আগশাৰীৰ সৈনিক হিচাপে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰসমূহ পৰিদৰ্শন কৰি বিভিন্ন অৱস্থাৰ বুজলৈ ৰাইজক শান্ত কৰাৰ লগতে অধিক ক’ভিড বেমাৰী জিলাখনত যাতে নোলায় তাৰ বাবে চেষ্টা চলাইছে, সেই সময়ত ইএম গৰাকীৰ এনে তৰল মন্তব্যত সংগঠনসমূহে আচৰ্য প্ৰকাশ কৰিছে ৷ বিজয় বে’ই অভিযোগ কৰা অনুসৰি বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত উপযুক্ত শৌচাগাৰ, পানী আৰু আন্তঃগাঁথনিৰ ব্যৱস্থাৰ অভাৱ লগতে সমাজত মুকলি গণসংক্ৰমন নহ’লেও বহিঃৰাজ্যৰ পৰা অনা লোকসকলক একেলগে ৰখাৰ বাবে সিহতৰ মাজতো গণসংক্ৰমন হোৱাৰ আশংকা কৰিছে নেতাগৰাকীয়ে ৷ আনহাতে, ক’ভিড-১৯ৰ বাবে জিলাখনৰ সামাজিক আৰু ছাত্ৰ সংগঠন সকলে দিন-ৰাতি একাকাৰ কৰি কৰা কামৰ পিছতো ইএম খনছিং ৰংপিৰ সংগঠনসমূহৰ প্ৰতি সামান্য সৌজন্যতা প্ৰদৰ্শন কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ দিয়ে কাৰবি ফাৰ্মাৰচ এছ’চিয়েচন চমুকৈৰ কেএফঅৰ সভাপতি টিংকু ইংতিয়ে ৷

খনছিং ৰংপি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী অযোগ্য ইএম বুলি অভিহিত কৰে নেতাগৰাকীয়ে ৷ ইএম গৰাকীক টিংকু ইংতিৰ সৈতে মুকলি আলোচনা কৰিবলৈ প্ৰত্যাহ্বান জনায় ইংতিয়ে ৷ হাঁহ, কুকুৰা, আৰু গাহৰি আদি পোৱালী বিতৰণ ব্যৱস্থাতো কেএফএক ইএম গৰাকীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ কৰিছে টিংকু ইংতিয়ে ৷ খেতিয়কসকলৰ অভাৱ-অভিযোগবোৰ কেএফএই যদি নাচায় তেন্তে কোনে চাব বুলি প্ৰশ্ন কৰে ইংতিয়ে ৷ ইএম ৰংপিয়ে হাতত এখন ফাইললৈ কেৱল পুঁজি সংক্ৰান্তীয় বিষয়সমূহেই চোৱাচিতা কৰে বুলিও অভিযোগ কৰে ৷ সেয়ে আজি সংবাদমেলত উপস্থিত থকা কেএছএ, কেএছৱাইচি, কেএফএ আৰু কেএনএৰ নেতৃবৰ্গসকলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ ইএম পদৰ পৰা খনছিং ৰংপিক অপসৰণ কৰি এজন দক্ষ ইএম নিযুক্তি দিবলৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সংবাদমেল যোগে দাবী জনায়৷

Tags: Featured
Share5Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx