ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ হৰিলালবস্তি-মাটিপুঙৰ ৰাইজলৈ বৃহৎ সকাহ : মুকলি হ’ল এছবি আই গ্ৰাহক সেৱা কেন্দ্ৰ

News Desk by News Desk
July 3, 2020
Reading Time: 1 min read
A A
0
ডিফুৰ হৰিলালবস্তি-মাটিপুঙৰ ৰাইজলৈ বৃহৎ সকাহ : মুকলি হ’ল এছবি আই গ্ৰাহক সেৱা কেন্দ্ৰ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

ডিফু : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী বৃহতৰ মাটিপুং আৰু হৰিলালবস্তিৰ ৰাইজক বৃহৎ সকাহ প্ৰদান কৰি আজিৰে পৰা মুকলি হ’ল ষ্টেট বেঙ্ক অফ ইণ্ডিয়াৰ ডিফু শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰ ৷ ডিফুৰ হৰিলালবস্তি, মাটিপুঙ আৰু শিববাৰী পথৰ সংযোগস্থল মাটিপুঙ তিনি আলিত বদৰুল বৰভূঁঞাৰ তত্বাৱধনাত চলিবলগীয়া এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰটিৰ আজি পুৱাৰ ভাগত ফিটা কাটি শুভ উদ্ধোধন কৰে এছবি ডিফু মুখ্য শাখাৰ শাখা প্ৰৱন্ধক ৰাহুল ডি শইকীয়াই ৷

গ্ৰাহক সেৱা কেন্দ্ৰটি মুকলি কৰি দিয়া ভাষণ প্ৰসংগত এছবিআই ডিফু শাখাৰ শাখা প্ৰৱন্ধক ৰাহুলডি শইকীয়াই কয় যে, ডিফু চহৰৰ দৰে এখন ব্যস্ততম চহৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ বৃহৎ সংখ্যক গ্ৰাহকৰ বোজা চহৰখনত থকা দুখন এছবিআই শাখাই বহন কৰাত অসুবিধা হয় ৷ সেয়ে এলেকাটোত এইখনকলৈ দুখন চিএছপি স্থাপন কৰা হৈছে ৷ এই চিএছপিৰ সহায়ত এলেকাটোৰ ৰাইজে সৰু-সুৰা লেনদেনৰ বাবে একাউণ্ট খোলাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানীৰ বাবে চৰকাৰৰ তৰফৰ পৰা অহা ধনৰ বাবেও একাউণ্ট খুলিব পাৰিব লগতে চিএছপিসমূহত জীৱন বীমা আৰু বিভিন্ন সা-সুবিধা লাভ কৰিব পাৰিব ৷

bankP1 | ASSAM TIMES POST

সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত বেংক সেৱা উপলব্ধ কৰোৱাটোৱেই চিএছপিৰ মূল লক্ষ্য বুলি কয় প্ৰৱন্ধকজনে ৷ আজিৰ উদ্ধোধনী অনুষ্ঠানত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা সমাজ সেৱক মজাহাৰুল ইছলাম, সমাজ সেৱক তথা শিক্ষকদ্বয় নিতাই দাস, অতুল কলিতা, সমাজ সেৱক মফজিল আলী বৰভঁঞা আৰু কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ্চ কণষ্ট্ৰাকছন ৱৰ্কাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক আচমত আলী উপস্থিত থাকে ৷

Tags: Featured
Share23Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx