ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটী ব্ৰহ্মপুত্ৰ বুকুত বিলাসী জাহাজৰ নৈশভোজত উপস্থিত থকা আৰক্ষীৰ বিষয়াক শাস্তিমূলক বদলি:

ASSAM TIMES POST by ASSAM TIMES POST
July 9, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটী ব্ৰহ্মপুত্ৰ বুকুত বিলাসী জাহাজৰ নৈশভোজত উপস্থিত থকা আৰক্ষীৰ বিষয়াক শাস্তিমূলক বদলি:

logo new 2 3 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

লকডাউন-সান্ধ্য আইন ভংগ কৰি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত মদ আৰু সুৰাৰে নৈশ ভোজ অংশীদাৰী হোৱা আৰক্ষী বিষয়াক শাস্তিমূলক বদলি।পানবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত লৱ কুমাৰ ডেকাৰ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰা আৰক্ষীৰ বিষয়া সকলক গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে শাস্তিমূলক বদলি কৰিছে।

মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশ মৰ্মে গৃহবিভাগে শাস্তিমূলকভাৱে বদলি কৰিছে মদে-মাংসই পাৰ্টী কৰা আৰক্ষী বিষয়াকেইজনক।বদলি কৰা আৰক্ষীৰ বিষয়া সকলৰ ভিতৰত আছে এজন উপ আৰক্ষী আয়ুক্ত, চাৰিগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত, দুগৰাকী আৰক্ষী উপ পৰিদৰ্শক আৰু এগৰাকী সহকাৰী উপ-পৰিদৰ্শক।

গৌতম বৰাক গুৱাহাটী মধ্যম আৰক্ষী জিলাৰ ডিচিপিৰ দায়িত্ব দিয়া হৈছে। কাহিলিপাৰাৰ ১০নং এপিবিএনৰ কামাণ্ডেণ্ট আছিল। তেওঁৰ ঠাইত কাছাৰৰ এছপি মানৱেন্দ্ৰ দেৱ ৰয়ক উক্ত স্থানত নিয়োগ কৰা হৈছে।

ডিচিপি লংনিট টেৰণক বিআইইঅৰ আৰক্ষীৰ অধীক্ষক হিচাপে বদলি।মাত্ৰ দুটা দিন পূৰ্বে বিআইইঅ এছপি ৰূপে যোগদান কৰা স্বপ্ননীল ডেকাক বদলি কৰা হৈছে শদিয়ালৈ।

নুনমাটিৰ এচিপি জিকিৰাণী মহন্তক মান্দাকাটাৰ বেটেলিয়নলৈ বদলি কৰা হৈছে।জন্ম দিন আয়োজন কৰা পাণবজাৰ এচিপি লৱ কুমাৰ ডেকাক চতুৰ্থ অসম আৰক্ষী বেটেলিয়নলৈ বদলি কৰি তেওঁৰ ঠাইত বঙাইগাঁৱৰ ডিচিপি মৈত্ৰেয়ী ডেকাক পাণবজাৰত নিয়োগ কৰা হৈছে।

পানবজাৰৰ মহিলা আৰক্ষী থানাৰ এচিপি অৰুণিমা ভূঞাক চতুৰ্থ অসম আৰক্ষী বেটেলিয়নলৈ বদলি কৰা হৈছে।তেওঁৰ ঠাইত নিয়োগ কৰা হৈছে জালুকবাৰীৰ এচিপিৰ ৰ’জী তালুকদাৰক।

বিআইইঅ ডিএছপি অমৃতৰাজ চৌধুৰীক বঙাইগাঁৱলৈ বদলি কৰা হয়।পাণবজাৰ থানাৰ অচি হেমেন দাসক উত্তৰ শালমাৰালৈ বদলি কৰা হৈছে।

Tags: Featured2
Share12Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx