ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাৱধান, পৃথিৱীৰ দিশে বেগাই আহিছে কুতুব মিনাৰতকৈও আঢ়ৈগুণ ডাঙৰ গ্রহাণু! সতৰ্কতা জাৰি

News Desk by News Desk
July 17, 2020
Reading Time: 1 min read
A A
0
সাৱধান, পৃথিৱীৰ দিশে বেগাই আহিছে কুতুব মিনাৰতকৈও আঢ়ৈগুণ ডাঙৰ গ্রহাণু! সতৰ্কতা জাৰি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

নিউজ ডেস্ক :

এক বিশালাকাৰ গ্রহাণু (asteroid) পৃথিৱীৰ ফালে বেগাই আহিছে। এই গ্রহাণুৰ আয়তন দিল্লীৰ কুতুব মিনাৰতকৈও প্রায় আঢ়ৈ গুণ ডাঙৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাই (NASA) এই গ্রহাণুক লৈ জাৰি কৰিছে সতৰ্কতা। কোৱা হাহুল্য যে, কুতুব মিনাৰৰ দৈৰ্ঘ্য ২৪০ ফুট আৰু এই গ্রহাণু ৫৫০ ফুটতকৈ বেছি ডাঙৰ। নাছাই এই গ্রহাণুৰ নাম 2020ND দিছে। নাছাই এই গ্রহাণুক সম্ভাব্য বিপদ শ্রেণীত ৰাখিছে।

নাছাৰ তথ্য অনুযায়ী, ২৪ জুলাইত এই গ্রহাণু পৃথিৱীৰ আটাইতকৈ কাষত থাকিব৷ নাছাই সতৰ্কতা জাৰি কৰি জনাইছে যে, এই গ্রহাণু পৃথিৱীৰ মাত্র 0.034 এস্ট্ৰ’নমিকাল ইউনিট দূৰত থাকিব। আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্রই জনাইছে যে, সম্ভাব্য বিপদজনক গ্রহাণু (PHAs)ৰ বর্তমান সেই পেৰামিটাৰৰ ভিত্তিত পৰিভাষিত কৰা হৈছে, যিটো পৃথিৱীৰ ওপৰত নিকট দৃষ্টিকোণৰ বাবে গ্রহাণুৰ ক্ষমতা মাপত।

Tags: Featured
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT