ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য :জ্বৰ হ’লেই ক’ৰোনাৰ ভয়? ঘৰত ৰাখিব লাগিব এই মেডিকেল কিট:

ASSAM TIMES POST by ASSAM TIMES POST
July 21, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য :জ্বৰ হ’লেই ক’ৰোনাৰ ভয়? ঘৰত ৰাখিব লাগিব এই মেডিকেল কিট:

logo new 2 9 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

নিউজ ডেক্স:

ঘৰৰ মেডিকেল কিটত জৰুৰী কিছু বস্তু ৰাখিবই লাগিব।বাৰিষাকাল! ক’ৰোনাৰ বতৰত গাত সামান্য জ্বৰ হ’লেও চিন্তাত পৰিবলগা হৈছে। এটা অদ্ভুত অস্থিৰতাইও ক্ৰিয়া কৰিছে৷ কিন্তু জ্বৰত গা-হাত-ভৰিৰ বিষ মানেইতো আৰু ক’ৰোনা নহয়। কিন্তু সামান্য তাপমাত্রা বেছি হ’লেও এই সময়ত ঘৰতেই থাকিবলৈ পৰামর্শ দিছে চিকিৎসকসকলে। জ্বৰ হ’লেও মানসিকভাৱে ক্ষণিকৰ বাবে নিশ্চিন্ত হব পাৰিব। ইয়াৰ বাবে ঘৰত ৰাখিব লাগিব কেইটামান বিশেষ যন্ত্ৰ৷ চিকিৎসকসকলৰ পৰামর্শ অনুসৰি ঘৰত এইবোৰ মেডিকেল কিট ৰাখিলে চিন্তা বহুখিনি লাঘৱ হ’ব।

মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক সুকুমাৰ মুখোপাধ্যায়ে এই প্রসঙ্গত কয়, পেৰাচিটামল প্ৰায় সকলোৱে ঘৰত ৰাখেই ৷ থার্মোমিটাৰো ঘৰত থাকে। কিন্তু এই মুহূর্তত পালছ অক্সিমিটাৰ ঘৰত থাকিলে বহু নিশ্চিন্ত হ’ব পাৰিব। জনস্বাস্থ্য ৰোগ চিকিৎসক সুবর্ণ গোস্বামী আৰু মেডিচিনৰ চিকিৎসক কল্লোল সেনগুপ্তইও এই বিষয়টিত জোৰ দিছে।

সুবর্ণ গোস্বামীয়ে জনায়, এই সময়ত অৱশ্যে থার্মোমিটাৰ ঘৰত ৰাখিব লাগিব ৷ ডিজিটেল থার্মোমিটাৰ বা মার্কাৰি থার্মোমিটাৰ ৰাখিলেও চলিব। পৰিয়ালৰ ক্ষেত্রত ‘ন’ টাচ’ থার্মোমিটাৰৰ প্রয়োজন নাই।

ask fever superJumbo | ASSAM TIMES POST

আৰু কি ৰাখিব পাৰে মেডিকেল কিটত?

ডায়বেটিছ ৰোগীসকলৰ ক্ষেত্রত সাধাৰণত গ্লুক’মিটাৰ ঘৰতে থাকে৷ সেই ক্ষেত্রত এই যন্ত্রত আঙুলিৰ চাপত এক ফুটা তেজৰ পৰাই শৰ্কৰাৰ পৰিমাণ নির্ণয় কৰা সম্ভব হ’ব। ক’ৰোনাৰ বতৰত কোমর্বিড ফ্যাক্টৰৰ ওপৰত জোৰ দিছে চিকিৎসকসকলে। ডায়বেটিছ ৰোগীসকলৰ ক্ষেত্রত সেয়ে বিশেষভাবে সতর্ক থাকিব লাগিব। পুৱা উঠি একো নাখাওঁতে তেজৰ শর্কৰাৰ পৰিমাণ জোখা, খোৱাৰ দুঘণ্টা পিছত সেই পৰিমাণ জোখা আৰু ৰেনডম পৰীক্ষা- এই তিনটাই কৰা হয়। ৰেনডম পৰীক্ষাৰ ক্ষেত্রত (গোটেই দিনত যিকোনো সময় ১৪০ মিলিগ্রাম প্রতি ডেচিলিটাৰৰ বেছি মান উঠিলে সতর্ক থাকিবলৈ কৈছে চিকিৎসক গোস্বামীয়ে।

snehmol 500 jpg 500x500 1 | ASSAM TIMES POST

হৃদৰোগীসকলৰ ক্ষেত্রত পালছ অক্সিমিটাৰত অক্সিজেন ছাবচুৰেচন পৰীক্ষা কৰি চোৱাৰ কথা উল্লেখ কৰে তেওঁ। জ্বৰ হ’লে পালছ অক্সিমিটাৰত অক্সিজেনৰ পৰিমাণ চাই লোৱাৰ বিষয়টোত জোৰ দিছে চিকিৎসক সুকুমাৰ মুখোপাধ্যায় আৰু কল্লোল সেনগুপ্তইও। তেওঁলোক তিনিজনেই জনাইছে যে, অক্সিজেন ছাচুৰেছনৰ মান যন্ত্রৰ ৯৫-৯৪ শতাংশৰ কম দেখালেই চিকিৎসকৰ পৰামর্শ ল’ব লাগে। ৯০ শতাংশৰ কম মান হ’লে আৰু বেছি সতর্কতা অৱলম্বন কৰাৰ কথা কৈছে সুকুমাৰ মুখাৰ্জীয়ে।

অক্সিজেন চিলিন্ডাৰ ৰখাৰ প্রয়োজন আছে নেকি?

31VbNn1rreL. SR600315 PIWhiteStripBottomLeft035 SCLZZZZZZZ | ASSAM TIMES POST

চিকিৎসক কল্লোলে কয়, হাঁপানীৰ ক্রনিক অসুখ থাকিলে বা যিসকলে নেবুলাইজাৰ ব্যৱহাৰ কৰে আৰু ব্রঙ্কিয়াল এজমা বা ক্রনিক অবস্ট্রাকটিভ পালমোনাৰি ৰোগৰ (চিওপিডি) ৰোগীসকলৰ ক্ষেত্ৰত বিশেষ সতর্কতা ল’ব লাগে। চিকিৎসক সুকুমাৰ আৰু কল্লোল দুয়োগৰাকী চিকিৎসকৰেই পৰামর্শ, ঘৰত বয়স্ক মানুহ যদি এই জাতীয় ৰোগত ভুগিছে বা এনে কোনো থাকিলে অক্সিজেন চিলিন্ডাৰ ৰাখিব লাগে। কিন্তু এই ৰোগীসকলৰ সামান্য সমস্যা হ’লেও সময়ত চিকিৎসকৰ পৰমর্শ ল’ব লাগে ।

সুস্থ ব্যক্তিসকলৰ ক্ষেত্রত ঘৰত অক্সিজেন চিলিন্ডাৰ ৰখাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে চিকিৎসক কল্লোলে। কিন্তু সুস্থ মানুহৰ সামান্য জ্বৰ অহা, গাঁঠিৰ বিষ হোৱা— এই ধৰণৰ উপসর্গ লৈ বহু ৰোগীয়ে তেওঁৰ ওচৰলৈ আহিছে। সেই ক্ষেত্রত তেওঁ পালছ অক্সিমিটাৰ ঘৰত ৰখাৰ পৰামর্শ দিছে। তেজত অক্সিজেনৰ মাত্রা আৰু পালছ ৰেট ইয়াৰ জৰিয়তে দেখা সম্ভব।

অক্সিজেন চুৰেছনৰ মাত্রা সুস্থ মানুহৰ ক্ষেত্রত কিমান ?

৯০ৰ পৰা ১০০ৰ মাজত সাধাৰণত থাকে। সুস্থ মানুহৰ ক্ষেত্রত সাধাৰণতে এইটো ৯৫ শতাংশ। পালছ ৰেট প্রতি মিনিটত বিট ৬০ৰ পৰা ১০০ৰ মাজত থাকিলে চিন্তাৰ কোনো কাৰণ নাই। কিন্তু জ্বৰ থাকিলে পালছ ৰেটৰ মান কম বা বেছি হয়। সেই ক্ষেত্রত পালছ অক্সিমিটাৰত মান যদি নির্দিষ্ট মানৰ কম বা বেছি হয়, তেতিয়া চিকিৎসকৰ পৰামর্শ ল’বলৈ কৈছে চিকিৎসক কল্লোলে৷

ব্লাড প্ৰেচাৰৰ বিষয়ত সতৰ্ক থাকিব লাগিব

what your blood pressure says about you 722x406 1 | ASSAM TIMES POST

ব্লাড প্ৰেছাৰ নির্ণয়ৰ বাবে ঘৰত ব্লাড প্রেছাৰ মনিটৰিং যন্ত্র ৰাখিব পাৰে বুলি জনায় চিকিৎসক কল্লোলে। তেওঁ কয়, “ৰক্তচাপৰ সমস্যা থকা ব্যক্তিয়ে নিয়মিত পর্যবেক্ষণৰ প্রয়োজন আছে। চীনা স্ফিগমোমেনোমিটাৰ বহুতৰ ঘৰতে থাকে। কিন্তু বর্তমানে ইলেকট্রনিক ব্লাড প্ৰেছাৰ মনিটৰিং যন্ত্র পোৱা যায়। তাৰ মাধ্যমত ৰক্তচাপ চাব পৰা যায়।”ৰক্তচাপ মনিটৰিঙৰ প্রয়োজন আছে বুলি জনাইছে চিকিৎসকসকলে।

সুবর্ণই কয়, “জ্বৰ হ’লেই যে ক’ৰোনা, সেয়া নহয়। তেজ পৰীক্ষা কৰিয়েই বুজিব পাৰিব যে জ্বৰ কিয় হৈছে। জ্বৰ হৈছে, গা-হাত-ভৰি বিষো আছে, সেই সময়ত ঘৰতেই এটা পৰীক্ষা ল’ব পাৰে৷ ডেঙ্গু হয়নে নহয় টুৰনিকেট টেষ্টৰ জৰিয়তে বুজিব পাৰি৷ প্রেছাৰ জোখাৰ সময়ত হাতত কাফ বন্ধা হয়, পাম্প কৰি চাপ দিয়া হয়। পাম্প ফুলিব ধৰে তেতিয়া হাতখন বন্ধা অৱস্থাত পাঁচ মিনিটৰ বাবে ৰাখিব লাগে। বন্ধা অংশৰ ওপৰত সেই সময়ত তেজৰ বিন্দু গোট মৰা দেখা যায়। যদি প্রতি বর্গইঞ্চিত ২০টাৰ বেছি স্পট বা বিন্দু দেখা যায়, তেতিয়া বুজিব পৰা যাব যে, হেমাৰেজৰ প্রবণতা আছে। তেতিয়া লগে লগে সতর্কতা অৱলম্বন কৰা হ’ব। কাৰণ ডেঙ্গু হেমাৰজিক ফিভাৰ যথেষ্ট চিন্তাৰ কাৰক। সেই ক্ষেত্রত চিকিৎসকৰ পৰামর্শ ল’ব লাগিব ৷

জ্বৰ ১০০ৰ ওপৰত হ’লেই চিকিৎসকক ফোন কৰি পেৰাচিটামল খােৱা আৰু জ্বৰৰ কাৰণে ঘামৰ জৰিয়তে পানী ওলাই শৰীৰৰ পৰা, সেই ক্ষেত্রত অ’ আৰ এছ আৰু বেছিকৈ পানী খোৱাৰ পৰামৰ্শ দিছে চিকিৎসকসকলে৷

সূত্ৰ: anandabazar.com
প্রতিবেদনত প্রকাশিত

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx