![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আগন্তক ২১ৰ নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে নতুন সমিতি।
বিজেপিৰ কাৰ্যলয়ত ঘোষণা কৰা নতুন সমিতিৰ উপসভাপতি পদত আছে ড৹হেমপ্ৰভা বৰঠাকুৰ,
বিজুলী কলিতা মেধি,ৰেখাৰাণী দাস বড়ো,স্বপ্ননীল বৰুৱা,ৰতন তেৰণ,পুলক গোঁহাই,জয়ন্ত দাস
জয়ন্ত মল্ল বৰুৱা।
সাধাৰণ সম্পাদক দায়িত্ব দিয়া হৈছে ড৹ ৰাজদ্বীপ ৰয়,তপন কুমাৰ গগৈ,পল্লৱ লোচন দাস
ফণীন্দ্ৰ নাথ শৰ্মা।
ইয়াৰ উপৰিও দলটোৰ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰাজকুমাৰ শৰ্মা।
সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে দিপ্লুৰঞ্জন শৰ্মা,কিশোৰ উপাধ্যায়,কৃষ্ণ মণি চুতীয়া,
লুচী ৰয়,সুকুমাৰ বিশ্বাস,
অকণী দেবী,বেনুধৰ নাথ,
তৰংগ গগৈ,পৰমী দাস।
আনহাতে দলটোৰ যুৱ মৰ্চাৰ
সভাপতি দায়িত্ব দিয়া হৈছে অনুপ বৰ্মনক।একেদৰে মহিলা মৰ্চা
সভানেত্ৰী।অপৰাজিতা ভূঞা নিযুক্তি প্ৰদান কৰা হৈছে।













