ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত বান সাহায্য প্ৰদান গোলাঘাটৰ সমাজকৰ্মীৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত বান সাহায্য প্ৰদান গোলাঘাটৰ সমাজকৰ্মীৰঃ

logo new 2 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

বোকাখাত : বোকাখাতৰ যোগনীয়া গাওঁ নামঘৰৰ বান সাহাৰ্য শিবিৰত অলপতে গোলাঘাট কমাৰবন্ধাৰ বিশিষ্ট যুৱ সমাজকৰ্মী কৈলাশ কুমাৰ বৰাই মুঠ পঞ্চাশ পৰিয়ালৰ মাজত বান সাহাৰ্য প্ৰদান কৰে। এই সাহায্যত খাদ্য সামগ্ৰী, খোৱা পানীৰ লগতে চাবোন বিতৰণ কৰে।

এই উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানত বৰাৰ লগতে তেখেতৰ সহকৰ্মী সকলক আদৰণি জনাই বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। আনহাতে বোকাখাত ৰজাবাৰীৰ চি এচ কম্পিউটাৰ প্ৰতিষ্ঠানৰ পৰিচালক অপূৰ্ব বৰঠাকুৰে মাস্ক বিতৰণ কৰে।

যোগনীয়া নামঘৰত উপস্থিত লোকৰ মাজত কৈলাশ কুমাৰ বৰাই পৰবৰ্তী সময়ত যুৱক, কৃষক, ছাত্ৰ ছাত্ৰী সকলক সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতৰ লগত তদ্ৰুপ গোস্বামী, চন্দন ভূঞা, ৰেৱ কাৰ্ডং আৰু যোগেশ্বৰ বড়িয়ে সহযোগিতা আগবঢ়ায়।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT