ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কবি-লেখিকা, সাংবাদিক পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ ‘বঙহৰ দেও’ৰ শুভ উন্মোচনঃ

ASSAM TIMES POST by ASSAM TIMES POST
August 12, 2020
Reading Time: 1 min read
A A
0
কবি-লেখিকা, সাংবাদিক পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ ‘বঙহৰ দেও’ৰ শুভ উন্মোচনঃ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

অজন্তা তালুকদাৰ:

বোকাখাত : আজি কাজিৰঙাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কবি-লেখিকা তথা সাংবাদিক পলিমা বি চেতিয়াৰ কাব্যসংকলন ‘বঙহৰ দেও’ৰ শুভ উন্মোচন হৈ যায়। কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।

অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত সাংবাদিকদ্বয় বিজেন দ্বীপ আৰু মৃদুল বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক ধ্ৰুৱজ্যোতি সাহাই।

WhatsApp Image 2020 08 12 at 6.19.01 PM | ASSAM TIMES POST

শাৰিৰীক দূৰত্ব মানি চলি অনুষ্ঠিত অনুষ্ঠানত কবি,লেখিকা,সাংবাদিক পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ ‘বঙহৰ দেও’ৰ শুভ উন্মোচন কৰে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে৷ গ্ৰন্থখন উন্মোচন কৰি উন্মোচনী ভাষণত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে কয় যে কবিয়ে কবিতাৰ মাজেৰে জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম অনুভৱক কাব্যিক ৰূপ দি আৰু প্ৰকৃতি বন্দনাৰ মাজেৰে জীৱন বন্দনা কৰে বুলি উল্লেখ কৰি সাংবাদিকতাৰ দৰে বৃত্তিৰ সৈতে জড়িত হোৱাৰ পাছতো একেৰাহে কাব্য চৰ্চাত মনোনিবেশ কৰা চেতিয়াৰ নিষ্ঠা আৰু দক্ষতাক প্ৰশংসা কৰে।

লগতে মন্তব্য কৰে যে কৰ’ণাকালৰ দৰে মানৱ সভ্যতাই সন্মুখীন হোৱা চূড়ান্ত ভাবুকিৰ সময়ত এনেবোৰ সৃষ্টিশীল কৰ্মকাণ্ড আৰু অনুষ্ঠানে জীৱনক পুণৰাই স্পন্দিত কৰিব। কিয়নো সকলো ঋণাত্মক কথাৰ মাজতে লুকাই থাকে ধনাত্মকতাৰ বীজ।

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে পলিমা বি চেতিয়াৰ কাব্যযাত্ৰা অব্যাহত ৰখাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো কবিতাৰ মাধ্যমেৰে সামৰি লৈ আগুৱাই নিবৰ বাবে আহ্বান জনায়৷

অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰে ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ক্ৰমে বুবুল দত্ত, নীলপদ্ম শৰ্মা, উত্তম শইকীয়া, নিউজ লাইভৰ উজনি অসমৰ ব্যুৰ’ চীফ ৰঞ্জিত ৰজক, কবি সাংবাদিক অজন্তা তালুকদাৰ আৰু যুৱ কবি জয়ন্ত মাধৱ মৰাঙে।

উল্লেখ্য যে কবি পলিমা বি চেতিয়া অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, আচাম ইয়ং জাৰ্নালিষ্ট এচচিয়েছনৰ উপসভাপতি হোৱাৰ লগতে বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, সদৌ অসম কবি সন্মিলনৰ এগৰাকী কেন্দ্ৰীয় বিষয় ববীয়া, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সভ্য আৰু সৰ্ব ভাৰতীয় মহিলা কবি সন্মিলনৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্যা হোৱাৰ ওপৰিও ভালে সংখ্যক সামাজিক, সাংস্কৃতিক অনুষ্ঠান আৰু কাকত-আলোচনীৰ সৈতে জড়িত।

‘নাৰী যেতিয়া নিঃসংগ হয়’, ‘কাব্যশিল্প’ (যুটীয়া), ‘চম্পাৱতী নেখেদিবি তই বটা চৰাই’ (যুটীয়া) তেওঁৰ পূৰ্ব প্ৰকাশিত কাব্যগ্ৰন্থ।

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ বিষয় ববীয়া আৰু সদস্য সকল, জ্যেষ্ঠ সাংবাদিক স্বপন নাথৰ লগতে সাংবাদিক দেৱাশীষ বৰুৱা,বিতুপন বৰা, পৱন কামান, মনোজ প্ৰতিম শইকীয়া,চন্দন ধৰ,অলকজ্যোতি শইকীয়া, কিষণ চেত্ৰী, ৰাজেশ বেলৱাৰ,হোমেন গগৈ,কৈলাস পাটোৱাৰীকে প্ৰমুখ্য কৰি কাব্যগ্ৰন্থখনৰ প্ৰচ্ছদ শিল্পী পল্লৱী দলে, বোকাখাতৰ যুৱ প্ৰজন্মৰ অনুষ্ঠান ‘কাঁচিয়লি’ৰ সদস্য তথা বোকাখাতৰ প্ৰতিশ্ৰুতি সম্পন্ন কবি, লেখক, নাট্যকৰ্মী সকল ক্ৰমে ৰূপমজ্যোতি কলিতা, দুলন বাহেক, হিমাঞ্চল দত্ত, উতথ্য কাশ্যপ, প্ৰবাল প্ৰিয়াংকৰ, দৃষ্টিৰূপা বৰদলৈ, এনিশা কাশ্যপ, পূৰৱী চেতিয়াকে আদি কৰি প্ৰায় ৫০ গৰাকী আমন্ত্ৰিত অতিথি উপস্থিত আছিল।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx