ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ ৰণথলীৰ অসমীয়া গহনাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ

News Desk by News Desk
August 20, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ ৰণথলীৰ অসমীয়া গহনাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

নগাঁও : কৰ’না ভাইৰাছ সক্ৰংমন প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগাত পৰে । অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচাসোণৰ অসমীয়া গহনাৰ থলুৱা শিল্প উদ্যোগ বিধো চৰম সংকটৰ সন্মুখীন হৈছে। কেঁচা সোণেৰে অসমীয়া গহনা প্ৰস্তুত কৰি সমগ্ৰ ৰাজ্যতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ নিকটৱৰ্তী ৰণথলী অঞ্চলৰ স্বৰ্ণশিল্পীসকল লকডাউনৰ সময়চোৱাত কৰ্মবিমুখ হৈ পৰে। বিশেষকৈ কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ বাবে এইবাৰ ব’হাগ মাহত বিয়া-সবাহ কিম্বা ৰঙালী বিহু উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা নগৈছিল। ফলস্বৰূপে ৰণথলীৰ কেঁচাসোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহনাৰ বিক্ৰী প্ৰায় বন্ধ হৈ পৰে।

আনহাতে, থলুৱা কুটিৰ উদ্যোগসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে শেহতীয়াকৈ চৰকাৰে এক বিশেষ আচঁনি হাতত লয়। উক্ত আচঁনিৰ অংশ স্বৰূপে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ দেওধৰ পঞ্চায়তত মুখ‍্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত আৰু নগাঁও জিলা উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ লগতে ৰণথলি স্বৰ্ণ শিল্প উদ্যোগ সমবায় সমিতি লিমিটেডৰৰ সৌজন্যত অঞ্চলটোৰ দুই শতাধিক স্বৰ্ণ শিল্পীক অসমীয়া গহনা নিৰ্মাণত ব্যৱহৃত সোণ-ৰূপৰ কেঁচা সামগ্ৰী বিতৰণ কৰা হয়।

NagaonP | ASSAM TIMES POST

স্বৰ্ণ শিল্পীসকলক কেঁচা সামগ্ৰী বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে অসমীয়া গহনা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ৰণথলিৰ অসমীয়া গহনাৰ থলুৱা উদ্যোগবিধক আমি ধ্বংস হ’বলৈ এৰি দিৱ নোৱাৰো। কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকাত দেশজুৰি বলবৎ কৰা লকডাউনৰ সময়চোৱাত অসমীয়া গহনা প্ৰস্তুত কৰা এই শিল্প উদ্যোগ বিধ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হ’বলগাত পৰে।

সেয়ে এনেধৰণৰ শিল্পৰ লগত জড়িত লোকসকলৰ সংকট মোচনৰ বাবে চৰকাৰে এক আচঁনি হাতত লৈছে। “মুখ‍্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ” আঁচনিৰ জৰিয়তে এই কুটিৰ শিল্প উদ্যোগ বিধৰ লগত জড়িতসকলক কেঁচা সামগ্ৰী যোগানৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা হৈছে । আমি আশা কৰিছোঁ যে ৰণথলিৰ স্বৰ্ণ শিল্পৰ লগত জড়িতসকলে স্বাবলম্বী হোৱাৰ লগতে স্বৰ্ণ শিল্প উদ্যোগ বাণিজ্যৰে নগাঁৱৰ লগতে সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব। কেঁচা সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া, নগাঁও জিলা উদ্যোগ-বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক অৰূপ ভঁড়ালী আৰু বিষয়া জামাদুল চৌধুৰীও উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx