ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৃষক মুক্তি নতুন ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন !

বিজেপিক ৰোধিবলৈ সক্ৰিয় ৰাজনীতিলৈ অখিল গগৈ

ASSAM TIMES POST by ASSAM TIMES POST
August 22, 2020
Reading Time: 1 min read
A A
0
কৃষক মুক্তি নতুন ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন !

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত ৰাজ্যত আত্মপ্ৰকাশ ঘটিব আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল।নতুন দলৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ন হৈছে সংগঠনটো।আত্মপ্ৰকাশ ঘটিব লগা নতুন ৰাজনৈতিক দলটোৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুতি লগতে দলৰ নামো চূড়ান্ত কৰা হৈছে- গুৰুত্বপূৰ্ণ ঘোষণা কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক-ডি শইকীয়া।কৃষক মুক্তিৰ গুৱাহাটীৰ গান্ধীবস্তি কাৰ্যলয়ত সংবাদমেলৰ জৰিয়তে সভাপতি গৰাকীয়ে কয়- ঐক্যবদ্ধ আপোচ বিহীন আঞ্চলিক ৰাজনৈতিক দল হ’ব।কোনো ৰাষ্ট্ৰীয় শক্তিৰ লগত নাথাকিব এই দলটো।

WhatsApp Image 2020 08 22 at 2.42.32 PM 1 | ASSAM TIMES POST

গুৰুত্বপূৰ্ণ কথা এই যে গঠন হব লগা নতুন ৰাজনৈতিক দলটোৰ নাম কি হ’ব ইতিমধ্যে চুড়ান্ত কৰা হৈছে যদিও কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ আহি ঘোষণা কৰিব দলটোৰ নাম-সভাপতি শইকীয়াই কয়।

উল্লেখ কৃষক মুক্তিয়ে পূৰ্বে গঠন কৰা ‘গণমুক্তি সংগ্রাম অসম’ নহব নতুন দলটোৰ।দল গঠনৰ বাবে তৈয়াৰ কৰা কৰ্মসূচীখনৰ নাম হৈছে ‘অসমবাসীৰ জাতীয় কৰ্মসূচী’।যিখনক আধুনিক অসমীয়া জাতিৰ বুনিয়াদী দলিল বুলি অভিহিত কৰিছে সংগঠনটোৱে।

ৰাজনৈতিক দল গঠনৰ সকলো ধৰণৰ বৌদ্ধিক কাম-কাজ সম্পূৰ্ন হোৱা বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে কয়- অহা অক্টোবৰ মাহত কৃষক নেতা গগৈ মুকলি হোৱা পাছতে চূড়ান্ত ঘোষণা হ’ব নতুন দলটোৰ নাম।২১ৰ নির্বাচনত বিজেপিক উৎখাত লক্ষ্যৰে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত।দলটো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব কৃষক নেতা অখিল”।

কা’ বিৰোধিতা কৰা সকলো আঞ্চলিক শক্তিক দলটোত ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় শইকীয়াই কয়- ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিক ভাৱে আত্ম নিৰ্ভৰশীল, সামাজিক-সংস্কৃতিক ভাৱে সকলোকে সামৰি আৰু মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়ি তোলা দলৰ মুখ্য উদ্দেশ্য”।

আঞ্চলিকতাবাদত বিশ্বাসী অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ, জাতীয় ভাবাপন্ন, ধৰ্মনিৰপেক্ষ, আপোচবিহীন আৰু প্ৰগতিশীল ব্যক্তিক গঠন হ’ব লগা দলটোত যোগদান কৰাৰো আহ্বান জনায় সংগঠনটোৱে।

ৰাজনৈতিক দল গঠন হলেও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰাজনৈতিক জাতীয় সংগঠন হিচাপে ধাৰাবাহিকতা ৰক্ষা কৰিব-এই কথা উল্লেখ কৰি ভাস্ক-ডি শইকীয়াই কয় “কংগ্ৰেছ- এআইইউডিএফ কোনো শক্তিৰে মিত্ৰতা নকৰে ৰাজনৈতিক দলটোৱে।সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সৈতেও মিত্ৰতা সন্দৰ্ভত কৃষক মুক্তি সংগ্রাম সমিতিয়ে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা কৰিব বুলি জানিব দিয়ে।

গান্ধীবস্তিত সম্বোধন কৰা সংবাদমেলত উপস্থিত থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰুৱা, উপদেষ্টা হুছেইন মহম্মদ চাহজাহান, কাৰ্যকৰী সভাপতি অনিল বড়ো।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx