ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰক বৰ্খাস্ত:

ASSAM TIMES POST by ASSAM TIMES POST
September 8, 2020
Reading Time: 1 min read
A A
0
শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰক বৰ্খাস্ত:

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

ঘৰত বনকৰা শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰক বৰ্খাস্ত।উচ্চ শিক্ষা সঞ্চালকালয়ে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা বৰ্খাস্ত কৰিছে।

উল্লেখ ঘৰত বনকৰা এটি ১২ বছৰীয়া শিশু দেহত গৰম পানী ঢালি নিৰ্যাতন চলোৱা মিতালী আৰু চিকিৎসক স্বামী সিদ্ধিপ্ৰসাদ দেউৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ইফালে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে অধ্যক্ষা কোঁৱৰক বৰ্খাস্ত কৰা বাবে প্ৰস্তাৱ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছিল।

জ্যেষ্ঠতা ভিত্তিত মহাবিদ্যালয়খন পৰিচালনা কৰা বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰো প্ৰস্তাৱ গ্ৰহণ কৰে সভাই।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT