ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।সুদূৰ অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰে টাইমুৰ।অসমৰ একমাত্ৰ আৰু প্রথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল তেওঁ।চাৰিবাৰকৈ তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
১৯৯১চনত তেওঁ ৰাজ্যৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৮০-৮১চনত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।ৰাজ্যসভাৰও সাংসদ আছিল টাইমুৰ।













