লংকা : লংকা বন বিভাগৰ অভিযান অব্যাহত।অভিযানত জব্দ কৰে বৃহৎ পৰিমানে চোৰাং কাঠ।গোপন সূত্ৰে পম খেদি মাদাৰতলি পৰা জব্দকৰে চোৰাং ভৰ্তি ট্ৰাক সহ চালকক।কাঠ খিনিৰ মূল্য এক লক্ষাধিক টকাৰ ও অধিক।সোধা পোচৰ বাবে চালক ৰমিজ উদ্দীনক আটক । ট্ৰাকখনৰ পঞ্চীয়ন নম্বৰ AS 01 GC 5903 । বৰ্তমান চোৰাং কাঠ সহ ট্ৰাক খন লংকা আঞ্চলিক বন বভাগৰ কাৰ্যলয়লৈ অনা হৈছে।।












