নিউজ ডেক্স:
শুকুৰবাৰে ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত NEET ২০২০ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত চমক দেখুৱাই উজ্বলিল উৰিষ্যাৰ শ্বয়েব আফতাব। সৰ্বমুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিলে শ্বয়েবে।
এই খবৰটো পোৱা পিছতেই শ্বয়েবে সাংবাদিকৰ ওচৰত জনায় যে, “‘মোৰ দেউতা নিৰ্মাণ কাৰ্যৰে জড়িত আৰু তেওঁ মোক কোটাত এলেন ইনষ্টিটিউটত নামভৰ্তি কৰি দিয়ে। মোৰ সপোন পূৰণ কৰাৰ স্বাৰ্থতত মোৰ মা উড়িশ্যাৰ পৰা কোটালৈ গুচি আহে। আৰু লগতে ভণ্টীকো লৈ আহে।”