ষ্টাফ ৰিপ’ৰ্টাৰ:
বিশিষ্ট অৰ্থনীতিবিদ তথা এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰাক্তন সঞ্চালক ডঃ জয়ন্ত মাধৱৰ আজি পৰলোক প্ৰাপ্তি ঘটে। জাতীয় অৰ্থনীতিৰ প্ৰবক্তাগৰাকীৰ বিয়োগত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।
তেখেতৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে গভীৰ শোক প্ৰকাশ কৰে। লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধসকলক সমবেদনা জনায়













