ষ্টাফ ৰিপ’ৰ্টাৰ:
দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সুস্থ হৈ স্ব-গৃহলৈ উভতিল।আজি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী সুস্থ হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা উভতি আহিল আপোন গৃহলৈ।
উল্লেখ প্ৰায় দুমাহ ধৰি চিকিৎসা ধীন হৈ আছিল গগৈ।যোৱা ২৬ আগষ্টত মুখ্যমন্ত্ৰী গৰাকীৰ দেহত ক’ৰনা ভাইৰাছ ধৰা পৰা পাছত ভৰ্তি হৈছিল জিএমচিএইচত।তাৰ পাছত অসুস্থ গগৈক এটা বিশেষ চিকিৎসক দলৰ নেতৃত্বত চিকিৎসা চলিছিল।