ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক নেতা অখিল গগৈ জামিনৰ শুনানি অসম্পূৰ্ন।পৰিৱৰ্তী শুনানি দিন ১৯ নৱেম্বৰলৈ ধাৰ্য ন্যায়ালয়ৰ।
উল্লেখ চান্দমাৰী থানা ১৩/১৯ নম্বৰ নিয়া গোচৰৰ জামিনৰ বাবে আজি অনুষ্ঠিত হৈছিল শুনানি।দিল্লী পৰা জ্যেষ্ঠ অধিবক্তা সুজিফা আহমেদিয়ে অনলাইন যোগে প্ৰায় আঢ়ৈ ঘণ্টা ধৰি যুক্তি প্ৰদৰ্শন কৰে।
ন্যায়াধীশ কল্যান ৰয় সুৰানা আৰু অজিত বৰঠাকুৰ আদালতত অনুষ্ঠিত হৈছিল জামিনৰ শুনানি।গুৰুত্বপূৰ্ণ কথা বিগত ১১ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা গগৈ।













