![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
তিনিদিন পুৰ্বে কাকী মুদৈয়নী গাঁৱৰ কলিৰাম মুদৈ নামৰ তিনি সন্তানৰ পিতৃয়ে কৰে ধৰ্ষন৷ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি কলিৰাম মুদৈয়ে কাষৰে এগৰাকী বাৰ বছৰীয়া কন্যা সন্তানক ঘৰলৈ মাতি কৰে এই ধৰ্ষন কাণ্ড কৰে৷ ইতিমধ্যে এই অপৰ্কমৰ কথা স্বীকাৰ কৰে কলিৰামে৷












