ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰথম আন্তঃএমএচি কাপ ফুটবল প্ৰতিযোগিতা-২০২০ প্ৰথম ছেমিফাইনেল

২-১ গ'লৰ ব্যৱধানত লাংহিনক হেৰুৱাই বিথুং ফাইনেলত প্ৰৱেশ

News Desk by News Desk
December 13, 2020
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : যোৱা ২ ডিচেম্বৰৰ পৰা ডিফুৰ কাছা খেলপথাৰ আৰু পশ্চিম কাৰবি আংলঙৰ ডংকামোকাম খেলপথাৰত চলি থকা প্ৰথম আন্তঃ এমএচি ফুটবল চেম্পিয়নশ্বীপ ২০২০ৰ শনিবাৰে প্ৰথমখন হাই ভল্টেজ ছেমি ফাইনেল অনুষ্ঠিত হৈ যায় ৷ ডিফুস্থিত কাছাৰ অত্যাধুনিক খেলপথাৰত ফ্লাড লাইটৰ মাজত হোৱা প্ৰথম এম এ চি ফুটবল প্ৰতিযোগিতাৰ দিবা-নৈশৰ তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক খেলখনত দুয়োটা দলে মৰণপণ যুঁজ দিয়ে যদিও বিথুং ফুটবল দলে লাংহিন ফুটবল দলক হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

sp2 | ASSAM TIMES POST

কাৰ্বি আংলং ক্ৰীড়া সন্থা চমুকৈ কাছাৰ উদ্যোগত আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত ৯০ মিনিটৰ সম্পূৰ্ণ খেলখনত উভয়দলে তীব্ৰ প্ৰতিদ্বন্ধিতামূলক আৰু উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি দৰ্শকসকলক আমোদ দিবলৈ সক্ষম হয় ৷ খেলখনৰ প্ৰতিটো মুহূৰ্ততে দুয়োটা দলৰ মাজত প্ৰতিদ্বন্ধিতা তুংগত আছিল ৷

খেলৰ প্ৰথমাৰ্দ্ধত লাংহিনৰ হৈ প্ৰথমাৰ্ধৰ ১২ মিনিটত প্ৰথমটো স্কৰ কৰে কৃষ্ণ হাজোৱাৰীয়ে৷ বিথুং ফুটবল দলৰ হৈ জিতিচন ইংহি প্ৰথমাৰ্দ্ধৰ ৩১ মিনিটত লাংহিন দলক এক গ’ল দি দলৰহৈ সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ প্রথমার্ধ ১-১ গ’লত ড্ৰ থাকে ৷ দ্বিতীয়াৰ্দ্ধত বিথুং ফুটবল দলে লাংহিন দলক চাপত ৰাখিবলৈ চেষ্টা কৰে যদিও দলৰহৈ কেইবাজনো খেলুৱৈ কেইবাটাও গ’ল দিয়াত ব্যৰ্থ হয় ৷

sp4 | ASSAM TIMES POST

ইয়াৰোপৰি দ্বিতীয়াৰ্দ্ধৰ শেহলৈকে খেল ১-১ গলত ড্ৰত সমাপ্ত হয় ৷ ইয়াৰ পিছত খেলৰ অতিৰিক্ত সময়ৰ ২৯ মিনটত বিথুং ফুটবল দলৰহৈ পুণৰ জিতিচন ইংহিয়ে লাংহিনক দ্বিতীয়টো গ’ল দি বিথুঙক ২-১ গ’লৰ ব্যৱধানত বিজয়ী কৰাই ফাইনেলত প্ৰৱেশ কৰায় ৷ স্বাভাৱিকতে উন্নত খেলৰ বাবে বিথুং দলৰ জিতিচন ইংহিক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাছাৰ সভাপতি তুলিৰাম ৰংহাঙে ৷ খেলখন পৰিচালনা কৰে আৰৱিনচন কিলিঙে ৷ তেওঁক লাইনত সহায় কৰে বিজয় ৰংহাঙ আৰু ৰূপকণচিং ৰমফাৰে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত থাকে হনচিং কিলিঙ ৷ সোমবাৰে সন্ধিয়া ৫-৩০ বজাত ডংকামোকাম খেলপথাৰত বৰজান আৰু লুম্বাজঙৰ মাজত দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx