ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম যুৱ পৰিষদৰ কাৰ্য নিৰ্বাহক : অগপ জন্ম ইতিহাস এজেপি লগত তুলনা নহয় : জিতু বৰগোঁহাই

News Desk by News Desk
December 19, 2020
Reading Time: 1 min read
A A
0
অসম যুৱ পৰিষদৰ কাৰ্য নিৰ্বাহক : অগপ জন্ম ইতিহাস এজেপি লগত তুলনা নহয় : জিতু বৰগোঁহাই

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰি নৱপ্ৰজন্মক অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট কৰা লক্ষ্যৰে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম যুৱ পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। নতুন প্ৰজন্মক কি আদৰ্শৰে অগপ দলৰ প্ৰতি আকৃষ্ট কৰাব পৰা যাব তাৰ বিষয়ে বিস্তৃত ৰূপত পয্যালোচনা কৰা হয় বৈঠকত।

নৱগঠিত আঞ্চলিক দলসমূহৰ যুৱ সংগঠনসমূহৰ তুলনাত অগপ যুৱ পৰিষদৰ দায়িত্ব অধিক বেছি। দলে দিয়া দায়িত্ব অনুসৰি নিষ্ঠা সততাৰ মাজেৰে যুৱ প্ৰজন্মক আগবঢ়াই নিব লাগিব- অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই এইদৰে কয়।

প্ৰগতিশীল জাতীয়তাবাদৰ লগতে যুৱ প্ৰজন্মক আত্মনিৰ্ভশীল কৰা বাবে অসম যুৱ পৰিষদে এখন প্ৰতিবেদন প্ৰস্তুত কৰা বুলিও সংবাদ মাধ্যমক অৱগত কৰে যুৱ নেতাগৰাকীয়ে।

অসমত থকা বহিৰাগত প্ৰতিষ্ঠাত থলুৱা যুৱক-যুৱতীয়ে সংস্থাপন পোৱা। লগতে বহিৰাগত অনুষ্ঠান প্ৰতিষ্ঠানে থলুৱা যুৱক-যুৱতীক কৰি অহা হাৰাশাস্তি নিৰ্মূল কৰিব পৰাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে বৈঠকত।

AJPp1 | ASSAM TIMES POST

আগন্তক নিৰ্বাচনৰ শক্তি প্ৰদৰ্শন কৰা বাবে অসম যুৱ পৰিষদে অহা বৰ্ষ জানুৱাৰী শেষৰ ফালে বৃহৎ যুৱ সমাৰোহ আয়োজন কৰিব বুলি সভাপতি বৰগোঁহাই কয়।

অগপ প্ৰতি থকা অসমবাসী আশা আকাংক্ষা যুৱ প্ৰজন্মই আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি জিতু বৰগোঁহাই কয়- আমি নৱ প্ৰজন্মৰ । অগপৰ পূৰ্ব কথাৰে বান্ধিব যত্ন নকৰিব ন-সাজে আগবাঢ়িব বিচাৰো। আমাৰ গাত দুখ-ভুল নাই।নতুন প্ৰজন্মক লগত লৈ আগবাঢ়িব বিচাৰোঁ।

অগপ জন্ম ইতিহাস আছে। অসম জাতীয় পৰিষদ দৰে দুই-তিনিদিন আন্দোলন কৰি জন্ম হোৱা দলৰ লগত তুলনা নকৰিব। দল জন্ম হৈছে শুভেচ্ছা আছে- জিতুৱে কয়।

আনহাতে, আগন্তক নিৰ্বাচনত অসম যুৱ পৰিষদে অগপ পৰা ৩০ শতাংশ আসন বিচাৰিব বুলি জানিবলৈ দি কয়- পুৰণি সকল আঁতৰিলে নৱ প্ৰজন্মলৈ সুবিধা হয়। নাহৰকটিয়া পৰা আৰম্ভ কৰি বিভিন্ন সমষ্টিত আমাৰ যুৱ প্ৰাৰ্থী বিচাৰিম।

Tags: Featured
Share4Tweet3Send

Related Posts

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx