ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত এএছডিচিৰ সংবাদমেল

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ অভিযোগ তুলি ব্যাপক আন্দোলনৰ ঘোষণা এএছডিচিৰ

News Desk by News Desk
December 21, 2020
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কেন্দ্র-ৰাজ্য উভয়তে শাসনৰ গাদীত থকা বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অনাগত দিনত চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ কার্যসূচীৰ গ্রহণ কৰাৰ সিদ্ধান্তব কথা ঘোষণা কৰিছে পাহাৰীয়া জিলাখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে। আজি ডিফুস্থিত দলটোৰ মুখ্য কার্য্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এএছডিচিৰ সভাপতি চন্দ্রকান্ত তেৰাঙে শাসকীয় দলটোক ক্ষুৰধাৰ সমালোচনা কৰি ২০১৪ আৰু ২০১৯৩ দলটোৰে সংসদীয় নির্বাচনৰ পূর্বে ভালেসংখ্যক জনকল্যাণমূলক কার্যসূচীৰ কথা ঘোষণা কৰিছিল যদিও এইক্ষেত্রত দলটোৱে সম্প্রতি সম্পূর্ণ ইউ টার্ণ লোৱাহে পৰিলক্ষিত হৈছে। শাসনৰ দায়িত্ব লাভ কৰাৰ পিছতে দলটোৱে এটাৰ পিছত আন এটা জনবিৰোধী পদক্ষেপ গ্রহণ কৰি অহা বুলি অভিযোগ কৰি সভাপতিগৰাকীয়ে এইক্ষেত্রত নিতা ব্যৱহার্য সামগ্রীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিৰ প্রসংগ উল্লেখ কৰি চৰকাৰক কঠোৰ সমালোনা কৰে।

ইয়াৰ উপৰিও চৰকাৰৰ শেহতীয়া বিতর্কিত কৃষি আইন, সংশোধিত নাগৰিকত্ব আইন, ভূমি আইন, চাকৰিৰ ক্ষেত্রত সংৰক্ষণ আইন আদি ব্যৱস্থাৰে সমাজৰ বিত্তৱান শ্রেণীৰ সুবিধা হোৱাকৈ আইন প্রণয়ন কৰা বুলি মন্তব্য কৰে। ১৯৮৬ চনৰ পৰাই এএছডিচিয়ে কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰখা বুলি মস্তব্য কৰি সম্প্রতি বিজেপি চককাৰক সকলো জনবিৰোধী নীতিক জনতাৰ ওচৰত উদঙাই দিয়াৰ লক্ষ্যৰে ধাৰাবাহিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰে।

লগতে, সম্প্রতি দেশজুৰি কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা কৃষক আন্দোলনলৈও এএছডিচি দলে পূর্ণ সমর্থন আগবঢ়োৱা বুলিও এএছডিচিৰ সভাপতিগৰাকীয়ে লগতে সংবাদমেলত ঘোষণা কৰে। শাসকীয় বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শক্তিশালী আন্দোলন আৰু ভাৰতৰ সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত এখনি স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীক অধিক শক্তিশালী ৰূপ দিয়াৰ লক্ষ্যৰে দলটোৱে অহা ৭ আৰু ৮ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এখনি অভিৱর্তনৰো আয়োজন কৰা বুলি আজিৰ সংবাদমেলত সদৰি কৰা হয়। লগতে পাহাৰীয়া জিলাখনৰ কৃষকসকলৰ কৃষি আৰু উৎপাদিত শস্য আদিৰ সৰবৰাহৰ ক্ষেত্রতো ৰাজসাহায্য প্রদানৰ দাবী তোলে দলটোৱে।

আনহাতে, সমাগত বিধানসভা নির্বাচনত জাতীয় ভাৰাদর্শসম্পন্ন তথা ধর্ম নিৰপেক্ষ দলৰ সৈতে নির্বাচনী মিত্রতাৰ বাবেও আগ্রহ প্রকাশ কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে। সংবাদমেলত অংশগ্রহণ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য তথা এএছডিচি দলৰ সাধাৰণ সম্পাদক জৎচন বেই নিত্য ব্যবহার্য সামগ্রীৰ মূল্যবৃদ্ধি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কৃষকে বিক্রী কৰিব পৰা সামগ্রীৰ বজাৰ মূল্য উদ্বেগজনকভাবে হ্রাস পোৱাৰ বিপৰীতে এয়া কৰিবলগীয়া সামগ্রীৰ বজাৰ মুল্য ব্যাপক হাৰত বৃদ্ধি পোৱা বুলি ক্ষোভ উজাৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx