![]()
সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২০বৰ্ষ প্ৰতিমা পাণ্ডে বঁটা। পৰিচালক-নাট্যকর্মী তথা অভিনেতা পৱিত্ৰ ৰাভাক আছুৱে প্ৰদান কৰিব এই বঁটা। ২৭ ডিচেম্বৰত প্ৰদান কৰিব আছুৱে এই বঁটা। এই কথা অৱগত কৰিলে আছুই।

© 2020 Assam Times Post. | Powered By Webx