![]()
কংগ্ৰেছৰ দলত আঘাত সানি অজন্তা নেওগৰ পদত্যাগ। কিছুসময় পূৰ্বে বিধানসভা অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পদো এৰিলে অজন্তা নেওগে। উল্লেখ্য যে, শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও বহিষ্কাৰ কৰা হৈছিল অজন্তা নেওগক। ইয়াৰ পাছতে বিধায়ক পদৰ লগতে কংগ্ৰেছৰ পৰাও অব্যাহিত লোৱাৰ সিদ্ধান্ত জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীৰ।













