ASSAM TIMES POST
উত্তৰ প্ৰদেশঃ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা চাৰি নকল সাংবাদিকক গ্ৰেপ্তাৰ কৰে।
নামকেইটা হ’লঃ সুশীল পণ্ডিত, চন্দন ৰায়, নীতিশ পাণ্ডে আৰু উদিত গোয়েল।
এই চাৰিটাই যোৱা কিছুদিনৰপৰা বহু আৰক্ষী বিষয়াক ভাবুকি দি আহিছিল বুলি জানিবপৰা গৈছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চাৰিওজনে চাৰিটা ৱেব পৰ্টেল খুলি মিছা কথাৰে বিষয়াসকলক হাৰাশাস্তি কৰিছিল।











