ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰত নিতৌ সংঘটিত হৈছে চুৰি ঘটনাঃ অসহায় শিৱসাগৰ আৰক্ষী

ASSAM TIMES POST by ASSAM TIMES POST
August 27, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰত নিতৌ সংঘটিত হৈছে চুৰি ঘটনাঃ অসহায় শিৱসাগৰ আৰক্ষী

logo atp | ASSAM TIMES POSTASSAM TIMES POST 

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

শিৱসাগৰঃ শিৱসাগৰ চহৰ দিনক দিনে চোৰ-ডকাইতৰ বিচৰণ থলিলৈ পৰিণত হৈছে। শিৱসাগৰ আৰক্ষীৰ চকুৰ সন্মুখতেই নিতৌ ইটোৰ পিছত সিটো চুৰি কাৰ্য সংঘটিত কৰিছে। শিৱসাগৰ আৰক্ষীক যেন প্ৰত্যাহ্বন জনাইছে চুৰে। শিৱসাগৰ আৰক্ষী চোৰ কৰায়ত্ত কৰাত এক প্ৰকাৰে অসহায় হৈ পৰিছে৷

শিৱসাগৰ চহৰত সোমবাৰে নিশাও সংঘটিত হ’ল এক চুৰি কাৰ্য। ফুকন নগৰ নামঘৰত সংঘটিত হ’ল এই চুৰি কাৰ্য। কালি নিশা চুৰে নামঘৰৰ দৰ্জাৰ তলা ভাঙি নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন চুৰি কৰি নিয়ে।

IMG 20190827 WA0026 | ASSAM TIMES POST

তদুপৰি দেওবাৰৰ নিশা চহৰৰ টাই সংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখত থকা ট্ৰেইলাৰিং প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠান এখনৰ পৰা সাতটা কৈ চিলাই মেচিন চুৰি কৰি নিয়ে চুৰৰ দলটোৱে। একেটা স্থানতে থকা আন এখন ট্ৰেইলাৰিং দোকানৰ পৰা যোৱা ১৭ আগষ্টৰ নিশা চুৰে ৫ টা চিলাই মেচিন চুৰি কৰি নিয়ে। ১৭ আগষ্টৰ চুৰিৰ ঘটনাৰ পিছতেই সেই স্থানত আৰক্ষীৰ পহৰা অধিক হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও শিৱসাগৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই পুনৰ একে স্থানৰ পৰা দেওবাৰে নিশা চুৰে চুৰি কাৰ্য কৰিলে। ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে চহৰৰ বিভিন্ন স্থানৰ পৰা ৩০ টা মান শিশু-কিশোৰক আটক কৰিছে আৰু তাৰে দুটামানৰ স্বীকাৰোক্তিৰ ভিত্তিত ষ্ট্যেচন চাৰিআলিৰ দোকান এখনৰ পৰা চিলাই মেচিনসমূহ উদ্ধাৰ কৰে।

IMG 20190827 WA0027 1 | ASSAM TIMES POST
চোৰৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান চলি থকাৰ মাজতে কালি নিশা ফুকন নগৰ নামঘৰত চুৰি কাৰ্য হোৱা ঘটনাই শিৱসাগৰ আৰক্ষীৰ ব্যথতাকে বুজাইছে।

চহৰৰ শংকৰমন্দিৰ পথত দেওবাৰে নিশা থকা শ্ৰীমন্ত শংকৰদেৱ সমাজ নামঘৰৰ খিড়িকি ভাঙি চোৰে বানবাতি, ভোৰতাল আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়ে। ঘটনাৰ সন্দৰ্ভত নামঘৰ সমিতিয়ে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো সফলতা লাভ কৰা নাই।

বিগত কেইবামাহ ধৰি শিৱসাগৰ আৰক্ষীৰ মূৰৰ কামুৰণি সৃষ্টি কৰিছে চোৰৰ দলে। কিছুদিনপূৰ্বে ব’ৰ্ডিং ৰোডৰ পৰা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটিএম মেচিন এটা উঠাই নিয়াৰ লগতে মেটেকাৰ দুটাকৈ নামঘৰৰ পৰা একে নিশাই চোৰে লুট পাত চলায়। উল্লেখ্য যে চহৰত নিশা আৰক্ষীৰ তহলৰ লগতে গাঁওৰক্ষী বাহিনীৰ জোৱানেও তহল দি থকা অৱস্থাত কেনেদৰে চোৰে চুৰি কাৰ্য সংঘটিত কৰিব পাৰিছে তাক সৰ্বত্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে চুৰি ঘটনা ৰোধ কৰিবলৈ শিৱসাগৰ আৰক্ষীয়ে কেতবোৰ পৰিকল্পনা হাতত লৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx