![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিৰ্বাচনী আচৰণ বিধিৰ মাজতে বোকাজান মহকুমাৰ বৰপথাৰত উদ্ধাৰ হয় বৃহৎ পকিমানৰ নগদ ধন ৷ প্ৰাপ্ত খবৰ অনুসৰি বৰপথাৰ আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত হিমাদ্রি নামৰ AS-09-C-2272 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ প্ৰায় ৪০ লক্ষাধিক টকা । গোলাঘাটৰ ব্যৱসায়ী পৱন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা জব্দ কৰা হৈছে ধনখিনি । ব্যক্তিজনে ডিমাপুৰৰ পৰা উক্ত ধনখিনি আনিছিল বুলি জানিব পৰা গৈছে।












