ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য  : সুস্থ লিভাৰৰ বাবে খাদ্য তালিকাত কি কি ৰাখিব?

ASSAM TIMES POST by ASSAM TIMES POST
April 8, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য  : সুস্থ লিভাৰৰ বাবে খাদ্য তালিকাত কি কি ৰাখিব?

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

ক’ৰোনাৰ সময়ত সুস্থ হৈ থকাটো অতি প্ৰত্যাহ্বানজনক। একে সময়তে, শীতকালত বতাহৰ গুণমান বেয়া হোৱা বাবে শ্বাসকষ্টজনিত ৰোগৰ সম্ভাৱনা বহুখিনি বৃদ্ধি পায়। বিশ স্বাস্থ্য সংস্থাৰ মতে, লিভাৰৰ ৰোগ ভাৰতৰ দহটা ডাঙৰ ৰোগৰ ভিতৰত গণ্য কৰা হয়। প্রতিবছৰে দেশত লিভাৰ সম্পর্কিত ১০ লাখ ৰোগী হয় যিটো গুৰুতৰ উদ্বেগৰ বিষয়।

লিভাৰ শৰীৰৰ সর্বাধিক গুৰুত্বপূর্ণ অঙ্গ যিয়ে দেহক ডিটক্স কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ই শর্কৰাবোৰ ভাঙি গ্লুকোজ গঠনৰ কাম কৰে। লিভাৰত প্রয়োজনীয় পুষ্টি উপাদান পোৱা যায় যি খাদ্যৰ পৰা হজম আৰু পুষ্টিৰ শোষণৰ বাবে প্রয়োজনীয়। ইয়াৰ বাবে লিভাৰ স্বাস্থ্যকৰ হোৱাটো বাধ্যতামূলক।

clean liver cleanse | ASSAM TIMES POST১. বেৰি

ইয়াত এন্টিঅক্সিডেন্ট আছে, যাক পলিফেনলছ বোলে। পলিফেনলে যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰে। বেৰিয়েও প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

২. কফি

কফিয়ে ফেটি লিভাৰ ৰোগৰ পৰা লিভাৰক ৰক্ষা কৰে। ইয়াৰ উপৰি কফি খালে লিভাৰ কেন্সাৰৰ সম্ভাৱনা হ্রাস কৰে। কফিয়ে প্রদাহ হ্রাস কৰে।

৩. গ্রীন-টি

ৱর্ল্ড জার্নাল অব গেস্ট্রোএন্টাৰ’লজিত প্রকাশিত এটি গৱেষণা অনুসৰি, গ্রিন টিয়ে ফেট কমায়। লগতে গ্রিন টি খালে অক্সিডেটিভ স্ট্রেছৰ পৰা মুক্তি দিয়ে।

৪. নহৰু

এডভান্সড বায়োমেডিকেল ৰিছার্চ জার্নালত প্রকাশিত এটি গৱেষণাযত দেখা গৈছে যে এনএএফএলডি আক্রান্ত ব্যক্তিসকলৰ বাবে নহৰু উপকাৰী। ইয়াৰ ফলত ওজন কমে। নহৰু লিভাৰৰ একপ্ৰকাৰ ঔষধ।

৫. জলফাই তেল

অতিৰিক্ত ফেট লিভাৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ বাবে জলফাই তেল বা অলিভ অয়ল ব্যৱহাৰ কৰক। জলফাই তেলে অক্সিডেটিভ স্ট্রেছ হ্রাস কৰে আৰু লিভাৰৰ কার্যকাৰিতা উন্নত কৰে।

৬. ওটমিল

ইয়াত ফাইবাৰ আৰু বিটা গ্লুকোজ আছে। ই ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰি লিভাৰত থকা ফেট হ্রাস কৰে। ই লিভাৰক সুৰক্ষিত ৰাখে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx