![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰনা আক্রান্ত ঘটনা। কামৰূপ মহানগত ঘোষণা ক’ৰনা ৰোধৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে কণ্ট্ৰেনমেণ্ট জ’ন।
সোণাপুৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচনৰ চৌহদক জিলা প্ৰশাসনে ঘোষণা কৰিছে কণ্ট্ৰেনমেণ্ট জ’ন।
বৃহস্পতিবাৰে ১৪দিনৰ বাবে কামৰূপ(ম) জিলা উপায়ুক্তই নিৰ্দেশনা জৰিয়তে ঘোষণা কৰে এই কথা।
উল্লেখ বুধবাৰে ৰাজ্যত ১৯৪ গৰাকীৰ ক’ৰনা আক্রান্ত হয়। তাৰে ১০৪ গৰাকী গুৱাহাটীত।













