ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বহিঃৰাজ্যত পুনৰ নিৰ্যাতিত হ’ল অসমৰ ব্যক্তি

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2019
Reading Time: 1 min read
A A
0

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

logo atp | ASSAM TIMES POSTASSAM TIMES POST

দেৱব্ৰত বৰা, বেবেজীয়াঃ নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়াৰ ৪৫ বছৰীয়া অৱনী বৰা নামৰ লোকজন কৰ্মসুত্ৰে হাইদৰাবাদত আছিল। এবছৰ কৰ্মস্থলীত থকা পিছত দেওবাৰে চেকেন্দ্ৰাবাদ টু গুৱাহাটী এক্সপ্ৰেছ ৰেলত ঘৰৰ অভিমুখে যাত্ৰা কৰিছিল।

সোমবাৰে নিশালৈকে তেওঁৰ পত্নী ৰূপা বৰাৰ সৈতে যোগাযোগ স্থাপন আছিল যদিও তাৰ পিছৰে পৰা স্বামীৰ লগত যোগাযোগ বিচিন্ন হৈ যায়। তাৰ পিছত আজি পুৱা হৰিচন্দ্ৰপুৰ থানাৰ পৰা পত্নীলৈ ফোন আহে যে ব্যক্তি জনক ৰেল পথৰ কাষৰ পৰা থানাৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আঘাতপাপ্ত অৱস্থাত উদ্ধাৰ কৰি বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

এইদৰে সঘনাই অসমৰ ব্যক্তি বহিঃৰাজ্যত কিয় সুৰক্ষিত নহয় তাক লৈ চিন্তনীয় বিষয় হৈ পৰিছে। ব্যক্তি জনক কোনোৱে ৰেলৰ পৰা পেলাই দিছে নে নিজে পৰিল সেয়া আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ পোহৰলৈ আহিব।

পৰিয়ালৰ লোকে জানিব দিয়া মতে তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয় গতিকে পৰিয়ালবৰ্গই ব্যক্তিজনৰ চিকিৎসাৰ বাবে এতিয়া ৰাইজ তথা চৰকাৰৰ সহায়ৰ বাবে আহ্বান জনাইছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx