ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰ্মচাৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক ! তদন্তৰ পূৰ্বেই বোৰ্ডৰ পৰা পদত্যাগ কৰিছিল বিল গেটছে

News Desk by News Desk
May 17, 2021
Reading Time: 1 min read
A A
0
কৰ্মচাৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক ! তদন্তৰ পূৰ্বেই বোৰ্ডৰ পৰা পদত্যাগ কৰিছিল বিল গেটছে

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

নিউজ ডেস্কঃ

নিজৰ প্রতিষ্ঠানৰ এগৰাকী কর্মচাৰীৰ সৈতে প্রেমৰ সম্পর্কত জড়িত হৈছিল বিল গেটছ। পত্নী মেলিন্ডাৰ সৈতে বিয়াত বহাৰ সেয়া ৬ বছৰ পিছৰ ঘটনা। মাইক্রোছফ্ট প্রতিষ্ঠাতাগৰাকী তেতিয়া নিজেও তেওঁৰ কেৰিয়াৰৰ শিখৰত। দুই দশকৰো আগৰ উক্ত ঘটনাত বিল গেটছৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল মাইক্রোছফ্ট কর্পৰেচনে। তাৰ ফলতেই আন্তর্জাতিক এই কোম্পানীৰ বোর্ডৰ পৰা আঁতৰিবলগা হয় বিল গেটছে। দেওবাৰে প্রকাশিত এটি আন্তর্জাতিক সংবাদ মাধ্যমৰ ৰিপোর্টত পোহৰলৈ আহিছে এই তথ্য।

আন্তর্জাতিক সংবাদ পত্র, ৱালষ্ট্ৰিট জার্নেলে তেওঁলোকৰ প্রতিবেদনত জনাইছে যে ঘটনাটি দুই দশকৰ পুৰণি হ’লেও মাইক্রোছফ্ট এই বিষয়ত অৱগত হয় ২০১৯ চনৰ শেষৰ ফালেহে। মাইক্রোছফ্টৰ এগৰাকী মহিলা প্রযুক্তিবিদে পত্ৰৰ জৰিয়তে সংস্থাটিক জনায়, বিলৰ সৈতে বহু বছৰৰ শাৰীৰিক সম্পর্কৰ কথা। এই বিষয়ত বিন্দুমাত্রও সময় নষ্ট নকৰি তেতিয়াই তদন্তৰ নির্দেশ দিছিল সংশ্লিষ্ট বোর্ডে। নিৰপেক্ষ বিচাৰত যাতে কোনো ধৰণৰ বুজাপৰা নহয় তাৰ বাবে গোচৰটিৰ দায়িত্ব মাইক্রোছফ্টৰ সৈতে জড়িত নথকা এটি আইনী সংস্থাক দায়িত্ব দিয়া হৈছিল। কিন্তু ইয়াৰ কিছুদিন পিছতেই বিল গেটছে তেওঁৰ পদৰ পৰা ইস্তফা দিয়ে। ফলত মাজপথতে থমকি ৰয় তদন্তও।

মাইক্রোছফ্টৰ প্রধান পদৰ পৰা বিলৰ ইস্তফাৰ কাৰণ যে এনে ধৰণৰ এটি অভিযোগ, সেয়া পূৰ্বতেই জানিছিল এক আন্তর্জাতিক সংবাদ সংস্থাই। বিষয়টি প্রকাশ্যে আনি তেওঁলোকে কৈছিল, বিলৰ এই সম্পর্কক অনৈতিক বুলি ৰায় দিয়ে মাইক্রোছর্টৰ বিষয়াসকলে। তাৰ বাবেই বিল গেটছে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে গেটছে তেতিয়া পদত্যাগৰ অন্য কাৰণ দেখুৱাইছিল। মাইক্রোছফ্ট প্রতিষ্ঠাতাগৰাকীয়ে জনাইছিল, এইবাৰ সমাজ কল্যাণমূলক কামত মনোযোগ দিব বিচাৰে তেওঁ। দেওবাৰে প্রকাশিত প্রতিবেদনত ৱালষ্ট্ৰিট জার্নেলত বিল গেটছৰেই এগৰাকী মুখপাত্রই নিজৰ নাম প্রকাশ নকৰাৰ চর্তত জনাইছে, দুই দশক আগতে বিল গেটছ এনে এটি প্রেমৰ সম্পর্কত জড়িত হৈ পৰিছিল। কিন্তু সেয়া শেষ হৈছিল বন্ধুত্বপূর্ণভাবে, দুয়ো পক্ষৰ সন্মতিতেই।

Tags: Featured
Share4Tweet3Send

Related Posts

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

by News Desk
July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

by News Desk
July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

by News Desk
July 15, 2026
50
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

by Staff Reporter
July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

by Staff Reporter
July 15, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT