![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলাতো অতিমাৰী ক’ভিড-19য়ে লৈছে ভয়ংকাৰী ৰূপ। জিলাখনত গণ সংক্ৰমণ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে পাহাৰীয়া জিলাবাসী। খেৰণি আদর্শ চিকিৎসালয়ত ক’ভিড-19ৰ আক্ৰান্তত আজি মৃত্যু হয় এগৰাকী বৃদ্ধাৰ। মৃত ৰোগীগৰাকী খেৰণি কছাৰী গাঁৱৰ বেলভোটি দেৱী (৬০) বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে জানিবলৈ দিছে।












