![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধৰ বাবে ৰাজ্য গ্ৰাম্যঅঞ্চলৰ বাবে পুনৰ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
গ্রাম্য অঞ্চলত ৬ বজাৰ পৰিৱৰ্তে সান্ধ্য আইন এতিয়া পৰা কাৰ্যকৰী হ’ব বিয়লি ২ বজাৰ পৰা। ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা।
উল্লেখ যে বৰ্তমান গ্রাম্য অঞ্চলত দুপৰীয়া ১ বজা লৈ দোকান-পোহৰ খোলা অনুমতি আছিল। সেই মতে সন্ধিয়া ৫ বজা পৰা সান্ধ্য আইন পুৱা ৫ বজালৈ কাৰ্যকৰী হৈছিল।
আনহাতে, চহৰ আৰু মহানগৰত দিনৰ ১২বজা পৰা বৰ্তমান চলি থকা নিয়ম ৫ জুনলৈ বাহাল থাকিব বুলিও তেওঁ জানিব দিয়ে।













