![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা ভাইৰাচৰ বাবে স্থগিত ৰখা মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য শিক্ষা-বিভাগে। পৰীক্ষাৰ কোনো কাৰণত বাতিল নহয়। কেইদিনমানৰ ভিতৰতে দিন ঘোষণা হ’ব পৰীক্ষা- জনালে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। লগতে কয় চিবিএছচিৰ পৰীক্ষাও অনুষ্ঠিত হ’ব।
উল্লেখ যে ৰাজ্য কভিড পৰিস্থিতি উন্নত হ’লে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তেওঁ কয়।
গুৰুত্বপূৰ্ণ কথা কভিড দ্ৰুত বৃদ্ধি বাবে স্থগিত হৈ আছে পৰীক্ষা। ছাত্ৰ -ছাত্ৰীৰ শৈক্ষিক বৰ্ষক্ষতি নোহোৱা কৈ শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰা আহ্বান জনাইছিল আছুৱে।













