ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জনজাতীয় লোকৰ সংখ্যা হ্ৰাসৰ কাৰক হ’ব পাৰে জনজাতি লোক হত্যাকাণ্ড : জে আই কাথাৰ

কাৰ্বি আৰু ডিমাচাসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ আশংকা প্ৰকাশ

News Desk by News Desk
May 26, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

ডিফু : অসম-নাগালেণ্ড সীমান্তৰ জনজাতীয় লোকৰ এলানি হত্যাকাণ্ডকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অৱসৰ প্ৰাপ্ত আইএছ বিষয়া তথা এপিএইছএলচিৰ সভাপতি জনছ ইংতি কাথাৰে ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰিত অলপতে সঞ্জয় ৰংহাং নামৰ পূজাৰীগৰাকীৰ হত্যাকাণ্ডৰ পিছতে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ডিমাচা সশস্ত্ৰ বিদ্ৰোহী সংগঠন ডিএনএলএৰ কেইবাগৰাকীও কেডাৰ নিহত হোৱাৰ পিছতে উক্ত ঘটনাৰ আলম লৈ প্ৰতিক্ৰিয়াশীল চক্ৰই কাৰ্বি আৰু ডিমাচাসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টাত লিপ্ত হোৱাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেন্স চমুকৈ এপিএইচএলচি ।

দলটোৰ সভাপতি জন ইংতি কাথাৰে আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি এই আশংকাৰ কথা প্ৰকাশ কৰে। যিকোনো কাৰণতে জনজাতীয় লোকৰ মৃত্যু হ’লে মূলতঃ জনজাতীয় লোকৰে সংখ্যা হ্ৰাস পাব বুলি মন্তব্য কৰি জিলাখনত এনে ঘটনাৰ আলম লৈ কোনো কাৰণতে যাতে গোষ্ঠীগত সংঘৰ্ষৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি সচেষ্ট হোৱাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনায় ।

সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডৰ পিছতে সকলো জনজাতিৰ প্ৰতিনিধিক লৈ এখন শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে দলটোৰ তৰফৰ পৰা জিলা উপায়ুক্তক লিখিতভাৱে জনোৱা হৈছিল বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। উন্নয়নৰ অভাৱ আৰু চৰম দৰিদ্ৰতাৰ বাবেই এলেকাটোত উগ্ৰপন্থী সমস্যা অব্যাহত থকা বুলি মন্তব্য কৰি স্বায়ত্ত্বশাসিত ৰাজ্য গঠনেই এলেকাটোৰ সকলো সমস্যা সমাধানৰ একমাত্ৰ পথ বুলি মন্তব্য আগবঢ়ায় । লগতে সশস্ত্ৰ পন্থা ত্যাগ কৰাৰ বাবেও সকলোকে আহ্বান জনায় দলটোৰ সভাপতিগৰাকীয়ে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx