![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ঘোষণা কৰা হৈছে বেংক সেৱাৰ নতুন সময় সূচী। সেই অনুযায়ী অহা ১ জুনৰ পৰা ৫ জুনলৈকে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব বেংকৰ সময় সূচী। ৯ বজাৰ পৰা দিনৰ ১ বজালৈ হ’ব বেংক সেৱাৰ নতুন সময় সূচী।
আনহাতে, যিসকল গৰ্ভৱতী মহিলা তেওঁলোকে ঘৰৰ পৰাই সেৱা আগবঢ়াব পাৰিব। লগতে ৫ বছৰৰ তলৰ শিশু থকা মাতৃসকলেও ঘৰৰ পৰাই কাম কৰিব পাৰিব বুলি বেংক কৰ্তৃপক্ষৰ পৰা জনোৱা হৈছে।













