ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হোজাইত ক’ভিডৰ প্ৰথমশাৰীৰ যোদ্ধাক মাৰপিটৰ ঘটনা, আটক ২৪জন

News Desk by News Desk
June 2, 2021
Reading Time: 1 min read
A A
0
হোজাইত ক’ভিডৰ প্ৰথমশাৰীৰ যোদ্ধাক মাৰপিটৰ ঘটনা, আটক ২৪জন

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

হোজাইৰ উদালি মডেল হস্পিতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত যোৱা কালি ঘটি যোৱা ক’ভিড-১৯ৰ প্ৰথম শাৰীৰ যোদ্ধা ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা মাৰপিটৰ ঘটনাত জড়িত ২৪জনকৈ লোকক আটক কৰা হৈছে ৷

উল্লেখ্য যে, সেনাপতি ১.৩০বজাত কৰ্মক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত এজন ৰোগীৰ পৰিয়ালৰ মানুহে খবৰ দিয়ে যে ৰোগীজনৰ অৱস্থা সংকটজনক ৷ কিন্তু ডাক্তৰ গৈ পোৱালৈ ইতিমধ্যে ৰোগী জনৰ মৃত্যু ঘটিছিল ৷ তাৰপিছতে মৃত ৰোগীজনৰ পৰিয়ালৰ লোকে সেনাপটিক মাধৰ কৰিবলৈ আৰম্ভ কৰে ৷

আহত ডাঃ সেউজ কুমাৰ সেনাপতি বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়াত ব্যক্তিগতভাৱে চকু ৰখাৰ আশ্বাস প্ৰদান কৰিছে ৷

ইতিমধ্যে চিনাক্ত কৰা অপৰাধীসকলৰ তালিকা :

১. ম: কামাৰুদ্দিন, ২. ম: জৈনালুদ্দিন, ৩. ম: ৰাহানুদ্দিন, ৪. চাইফুল আলম, ৫. ৰহিমুদ্দিন, ৬. ৰিজুল ইছলাম, ৭. টাইবুৰ ৰহমান, ৮. ৰহিমুদ্দিন, ৯. আব্দুল কালাম, ১০. নুৰজুল ইছলাম, ১১. আব্দুল গুমি, ১২. দিলৱাৰ হুছেইন, ১৩. আব্দুল হুছেইন, ১৪. আনোৱাৰ হুছেইন, ১৫. ইক্ৰামুল হুছেইন, ১৬. নাছিৰুদ্দিন, ১৭. আলিমুদ্দিন, ১৮. জামিল আহমেদ, ১৯. চাহিল ইছলাম, ২০. চৰিফুদ্দিন, ২১. চাফিকুদ্দিন, ২২. মফিজুৰ ৰহমান, ২৩. মতিবুৰ ৰহমান, ২৪. মিছ মিচবা বেগম

Tags: Featured
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

ADVERTISEMENT
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT