![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যোৱা কালি লংকাৰ কভিড হস্পিটেলত সংঘটিত হোৱা ঘটনাৰ বুজ লয় আৰক্ষী প্ৰধান সঞ্চালকগৰাকীয়ে।
চি আই ডি বিভাগৰ বিবেকানন্দ দাস নামৰ বিষয়াগৰাকীক ঘটনাৰ অনুসন্ধানৰ দায়িত্ব দিয়া কথা উল্লেখ কৰে আৰক্ষী প্ৰধান গৰাকীয়ে।
লগতে ঘটনাৰ লগত জড়িত কোনো এজন অপৰাধী যাতে সাৰি যাব নোৱাৰে এই বিষয়ত আশ্বাস প্ৰদান কৰে।
বৰ্তমান ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা মাৰপিটৰ ঘটনাত জড়িত ২৪ জন লোকক আটক কৰি লৈ যায় হোজাই জিলাৰ শঙ্কৰদেৱ নগৰ আদালতলৈ।
মাৰপিটৰ ঘটনাত জড়িত লোকসকল :
১. ম: কামাৰুদ্দিন, ২. ম: জৈনালুদ্দিন, ৩. ম: ৰাহানুদ্দিন, ৪. চাইফুল আলম, ৫. ৰহিমুদ্দিন, ৬. ৰিজুল ইছলাম, ৭. টাইবুৰ ৰহমান, ৮. ৰহিমুদ্দিন, ৯. আব্দুল কালাম, ১০. নুৰজুল ইছলাম, ১১. আব্দুল গুমি, ১২. দিলৱাৰ হুছেইন, ১৩. আব্দুল হুছেইন, ১৪. আনোৱাৰ হুছেইন, ১৫. ইক্ৰামুল হুছেইন, ১৬. নাছিৰুদ্দিন, ১৭. আলিমুদ্দিন, ১৮. জামিল আহমেদ, ১৯. চাহিল ইছলাম, ২০. চৰিফুদ্দিন, ২১. চাফিকুদ্দিন, ২২. মফিজুৰ ৰহমান, ২৩. মতিবুৰ ৰহমান, ২৪. মিছ মিচবা বেগম












