ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চিবিএছই-আইচিএছইৰ মূল্যায়ন পদ্ধতিক লৈ সন্তুষ্ট ছুপ্রিম কোর্ট

News Desk by News Desk
June 22, 2021
Reading Time: 1 min read
A A
0
চিবিএছই-আইচিএছইৰ মূল্যায়ন পদ্ধতিক লৈ সন্তুষ্ট ছুপ্রিম কোর্ট

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্কঃ

দ্বাদশ শ্ৰেণীৰ ফলাফল প্রকাশ কৰিবলৈ চিবিএছচি আৰু আইচিএছই বোর্ডৰ মূল্যায়ন পদ্ধতিক লৈ সন্তুষ্ট ছুপ্রিম কোর্ট। এই পদ্ধতি সন্দৰ্ভত সন্দেহ প্রকাশ কৰি আদালতৰ দ্বাৰস্থ হৈছিল উত্তৰ প্রদেশ অভিভাৱক এছোচিয়েচন। সোমবাৰে ছুপ্রিম কোর্টে দুই বোর্ডকেই আজিৰ ভিতৰত বিষয়টি সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল। উক্ত বিষয় সন্দৰ্ভত দুয়োখন বোৰ্ডে উত্তৰ দিলে শীর্ষ আদালতত। লগতে নাকচ কৰা হ’ল অভিভাৱকসকলৰ গোচৰ। 

আদালতে জনায়, চিবিএছই আৰু আইচিএছই বোর্ডৰ মূল্যায়ন পদ্ধতিত মূৰ ঘমোৱাৰ কোনো প্রয়োজন নাই। আনহাতে, চিবিএছইয়ে জনাইছে যে কম্পার্টমেন্ট পৰীক্ষা ১৫ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আয়োজন কৰিবলৈ স্থিৰ কৰা হৈছে। 

উল্লেখ্য, অতিমাৰিৰ ফলত এই বছৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল হৈছে। সিদ্ধান্ত লোৱা হৈছিল যে দশম আৰু একাদশৰ ফলাফল চাই দ্বাদশৰ নম্বৰ দিয়া হ’ব। কিন্তু এই মূল্যায়ন ফর্মুলা মানি ল’ব পৰা নাছিল বহুতেই। তেওঁলোকৰ অভিযোগ, এই পদ্ধতিত ভুল আছে আৰু ছাত্র-ছাত্রীসকলৰ ভবিষ্যত আৰু উচ্চশিক্ষাৰ ক্ষেত্রত এই পদ্ধতিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এএম খানউইলকৰ আৰু দীনেশ মহেশ্বৰীৰ বিশেষ বিচাৰপীঠে চিবিএছই আৰু আইচিএছই বোর্ডক নির্দেশ দিয়ে এদিনৰ ভিতৰত অভিভাৱকসকলক অসন্তুষ্টি আৰু আশঙ্কাৰ উত্তৰ দিবলৈ। 

Tags: Featured
Share4Tweet3Send

Related Posts

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

by News Desk
July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

by Staff Reporter
July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

by Staff Reporter
July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

by News Desk
July 9, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT