ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা উপায়ুক্তক হস্তান্তৰ লৈ এপিএইছএলচিৰ সংবাদ মেল

News Desk by News Desk
June 29, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ছাইদুল ইছলাম

ডিফু : ৰাজ্যৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতলৈ ঘূৰাই নিয়াৰ আশংকাৰ দৰে এক বিষয়লৈ জাঙুৰ খাই উঠিছে এপিএইছএলচি ৷ শেহতীয়াকৈ বিটিচিয়ে এক নিৰ্দেশনা যোগে বিটিচিৰ ক্ষমতা জিলা উপায়ুক্তলৈ হস্তান্তৰ কৰা ঘটনা তীব্ৰ বিৰোধিতা কাৰবি আংলঙৰ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচিয়ে ৷

আজি বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি দলটোৰ সভাপতি জে আই কাথাৰে এনে এক নিৰ্দেশনাকলৈ অসন্তুষ্টি প্ৰকাশ কৰি স্বায়ত্তশাসনৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে বুলি অভিযোগ কৰে ৷ বিটিচিৰ অনুকৰণত কাৰবি আংলং আৰু ডিমা হাচাওত স্বায়ত্তশাসিত পৰিষদতো এই নীতি প্ৰযোজ্য হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে নেতাগৰাকীয়ে ৷ উপায়ুক্ত, আৰু আৰক্ষী অধীক্ষকগৰাকী ৰাজ্য চৰকাৰৰ ক্ৰমে, সাধাৰণ প্ৰশাসন আৰু গৃহ বিভাগৰ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত স্বায়ত্তশাসনৰ ক্ষমতা প্ৰদান বিষয়টো উপায়ুক্তৰ হাতত দিয়া কাৰ্য সম্পূৰণ স্বায়ত্তশাসনৰ ক্ষমতা ৰাজ্য চৰকাৰক অৰ্পণ কৰা বুজায় বুলি কয় নেতাগৰাকীয়ে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু সদস্যসকল দূৰ্নীতি গ্ৰস্থ হোৱা বাবে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি পৰিষদৰ বিষয়ববীয়াইও এই কথা স্বীকাৰ কৰাৰ দৰে হোৱা বুলি মন্তব্য কৰে নেতাজনে ৷

আনহাতে পৰিষদৰ নেতৃবৰ্গকো দুৰ্নীতিমুক্তভাবে কাম কৰি যাবলৈ আহ্বান জনাই আৰৱ বিটিচি মডেল গ্ৰহণ নকৰিবলৈ কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনায় এপিএইছএলচিয়ে ৷ এই সন্দৰ্ভত এপিএইছএলচি আৰু ডিমাছা নেশ্যনেল কাউঞ্চিলে যৌথভাৱে ডিফু আৰু হাফলঙত দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে বুলিও সংবাদ মেলত প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx