![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
. ৫ বছৰত বৃদ্ধি পাইছে জিএছডিপিৰ পৰিমাণ
. ঋণ লোৱা মহিলাক সকাহৰ বাবে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান সকাহ আঁচনি
. ঋণগ্ৰস্ত মহিলাক সকাহৰ বাবে অশোত সিংঘালৰ নেতৃত্বত কমিটী গঠন
. শীঘ্ৰে ৰাজ্যত ১ লাখ নিবনুৱাক সংস্থাপন
. ৪টা নতুন আৰক্ষী বেটেলিয়ন গঠন
. ৪টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত
. ১৩৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ
. ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা সৃষ্টি
. অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ, অসমশ্ৰী
. হোমেন বৰগোহাঞিৰ জন্মদিনত সাহিত্যিক পেঞ্চন
. ভোগেশ্ব ৰবৰুৱাৰ জন্মদিনত ক্ৰীড়া পেঞ্চন
. চাহ শ্ৰমিকৰ মজুৰি ৩৮ টকাকৈ বৃদ্ধি. বড়োলেণ্ডৰ বাবে নতুন বিভাগ সৃষ্টি
. কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি
. মুখ্যমন্ত্ৰী বিধৱা সাহায্য আঁচনিৰ জৰিয়তে কোভিডত বিধৱা হোৱা প্ৰতিগৰাকীলৈ ২.৫ লাখকৈ
. দেশৰ ভিতৰত প্ৰথম এই আঁচনিত তাৎক্ষণিকভাৱে ৪০ কোটি ব্যয়
. প্ৰতি বছৰৰ এটা মাহ অৰুণোদয় মাহ
. ঋণ ৰেহাইৰ বাবে লাগিব ১২ হাজাৰ কোটি
. অসম মালাৰ অধীনত ১৩টা পথৰ কাম. ঘাইপথবোৰ হাইস্পীড ৰোড কৰিডৰ হ’ব
. নতুনকৈ ২৬২ কিঃমিঃৰ ১৩টা পথৰ কাম
. বানমুক্ত অসম গঢ়াৰ লক্ষ্য
. ১০০০ কিঃমিঃ মথাউৰি শক্তিশালী হ’ব
. মথাউৰি নিৰ্মাণৰ বাবে ১০০০ কোটি
. অংগনৱাড়ী প্ৰথমিক বিদ্যালয়ৰ বৈদ্যুতিকীকৰণ
. ১০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ
. ইয়াৰ বাবে ১৩.৫০ কোটি
. আৰ্টফেড-এজিএমচিৰ অধীনত ১.২৩ লাখ শিপিনীক দিয়া হ’ব প্ৰশিক্ষণ
. অসম ভৱন, বিমানবন্দৰত হ’ব শিপিনীৰ বিক্ৰী কেন্দ্ৰ
. ৮৯৫খন চাহ বাগিচাত পানীটেপৰ সংযোগৰ ব্যৱস্থা
. নিশ্চিত অন্ন যোজনাৰ বাবে ৩৯০.দ৮ কোটি টকা
. মাইক্ৰ’ফাইনেন্সৰ ঋণমুক্তি আঁচনি
. ঋণীক বিভক্ত কৰা হৈছে ৩টা ভাগত
. প্ৰস্তাৱিত ব্যয় ১.০৭ লাখ কোটি টকা

. ২০,২১,৫০০জন লোকে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা
. কৃষি উন্নয়নৰ বাবে কৃষি আয়োগ গঠন
. দুগ্ধ ব্যৱসায়ীৰ বাবে বিশেষ আঁচনি
. বিশেষ পদ্ধতিৰে ৮০-৯০ শতাংশ মাইকী গৰু-ম’হৰ পোৱালি জন্ম
. উচ্চমানৰ প্ৰজাতিৰ গাহৰি উৎপাদন বৃদ্ধি
. ক্ষুদ্ৰ কুকুৰা পালকসকললৈ Table Egg উৎপাদনৰ বাবে চৰকাৰৰ সাহায্য
. খাদ্য অসামৰিক যোগান বিভাগে ক্ৰয় কৰিব কৃষকৰ ধন
. ১০ লাখ কুইণ্টল ধানৰ বাবে ২০০ কোটি মূলধন
. অসমত কৃষকৰ আয় দুগুণ কৰাৰ পদক্ষেপ
. ছিপাঝাৰত ৭৭,৪২০ বিঘা মাটিত বেদখল উৎখাতৰ বাবে ব্যৱস্থা
. কৃষি উন্নয়নৰ বাবে পদ্ম হাজৰিকাক লৈ কমিটী
. অৰুণোদয় আঁচনিৰ বাবে ইতিমধ্যে ১৬৭. ৭৮ কোটি মুকলি
. নতুনকৈ ১৮০০ কোটি টকা ধায্য
. অৰুণোদয়ৰ ধন ৮৩০ৰ পৰা ১০০০ টকালৈ বৃদ্ধি
. ইতিমধ্যে ভালদৰে ঋণ পৰিশোধ কৰাসকললৈ ২৫,০০০ ঠকাকৈ সাহায্য
. গৰুখুঁটিত বিস্তৃত বৃক্ষৰোপণ
. ১৩৪টা Ecological Task Force গঠন
. গিৰ প্ৰজাতিৰ ২০০০ গৰু ক্ৰয়ৰ পৰিকল্পনা
. ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ ব্যৱস্থা আৰম্ভ
. ৰবিশস্য বিস্তৃত কৃষিকৰ্মৰ পৰিকল্পনা
. ঘৰে ঘৰে পুখুৰী, ঘৰে মাছ আঁচনি
. এইবাৰ বাজেটত নাই নতুন, অতিৰিক্ত কৰ
. ক্ষুদ্ৰ ব্যৱসায়ী, কাৰু শিল্পীলৈ ১০ হাজাৰ টকাৰ সাহায্য
. প্ৰশাসনিক প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ লক্ষ্য
. ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিত ১৮টাকৈ প্ৰকল্প
. প্ৰকল্পচ থাকিব বিধানসভা ভৱন, বৰদোৱা থান
. অৰুন্ধতী আঁচনিৰ ধন ৫০ হাজাৰলৈ বৃদ্ধি
. নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ স্মাৰ্টফোন
. ৮ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব স্মাৰ্টফোন
. তামুলপুৰক নতুন বিত্তীয় জিলা গঠনৰ প্ৰস্তাৱ
. কোভিডত ঘাটমাউৰা শিশুলৈ বিশেষ আঁচনি
. গুৱাহাটীৰ সকলো পাহাৰ-মুকলি ঠাই সংৰক্ষণৰ ব্যৱস্থা
. ৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ
. গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত হ’ব নতুন মেডিকেল কলেজ
. ৰাজ্যৰ ১০ ঠাইত ১০টা কমাণ্ডো বেটেলিয়ন
. গোৱালপাৰা জিলাত আজগৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা
. বৃদ্ধি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ
. কাৰ্বিআংলঙৰ ডিফু মহাবিদ্যালয় উন্নীত হ’ব নতুন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ
. ডিব্ৰুগড়, শিলচৰত হ’ব নতুন চিৰিয়াখানা
. এপলৰ কৰ্মচাৰীলৈ স্বেচ্চাই অৱসৰ আঁচনি
. এপলৰ ঠাইত হ’ব নতুন উদ্যোগ
. ১০০ বছৰ পুৰণি শিক্ষানুষ্ঠান হ’ব উৎকৰ্ষতাৰ কেন্দ্ৰ
. ১০০০ স্বাস্থ্য উপকেন্দ্ৰ হ’ব

. নতুনকৈ স্থাপন হ’বলগীয়া প্ৰতিখন মেডিকেল কলেজলৈ ১৬ কোটিকৈ টকা
. পশিৰ বাবে ৫ খন জিলাত স্থাপন হ’ব পশুৰ বাবে CCU
. মাল্টি ব্ৰেণ্ড মিল্ক মল খানাপাৰাত হ’ব
. সীমান্ত অঞ্চলত সীমান্ত মহোৎসৱ
. তেজপুৰত ঐতিহ্য সংগ্ৰহালয়
. কৰিমগঞ্জ, ধুবুৰী সীমান্ত হ’ব সীমান্ত হাট
. ৮৮,৯৭৯ কোটি টকা আয়ৰ লক্ষ্য বাজেটত
. অসম আন্দোলনৰ ছহিদৰ পৰিয়াললৈ ৫ লাখকৈ টকা
. গুলীত আহত প্ৰতিজনলৈ ২ লাখকৈ
. ধেমাজিত গাকীৰ সংসাধন প্ৰকল্প
. সীমান্তত হ’ব ৫০টা BOP
. শিলঘাটৰ মৰাপাট কল কৰা হ’ব পুনৰুজ্জীৱিত
. ১০ জিলাত সাংস্কৃতিক বিকাশ, গৱেষণা কেন্দ্ৰ
. শিৱসাগৰত টাই সংগ্ৰহালয়ৰ নবীকৰণ
. বছৰি ৫ লাখ টকাৰ তলৰ আয়ৰ বিধৱা মহিলাই পাব ২,৫ লাখ টকাৰ এককালীন সাহায্য
. ষষ্ঠ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ্ৰীৰ বাবে বিনামূলীয়া চেনিটাৰী নেপকিন
. নৱম-দশম শ্ৰেণীলৈ ইউনিফৰ্ম
. ডিব্ৰুগড় আৰু শিলচৰতো নগৰীয়া গাকীৰ যোগান আঁচনি
. সেউজ গুৱাহাটীৰ বাবে তি নিবছৰীয়া মাষ্টাৰ প্লেন
. আবকাৰী সামগ্ৰীৰ বাবে একক হল’গ্ৰাম
. প্ৰতিখন ৰাজহ গাঁৱত খন্দা হ’ব পুখুৰী
. জনতা ভৱনৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ৰুক্মিণী হাঁৱত নিৰ্মাণ হ’ব আৱাসিক ভৱন
. জনতা ভৱনত নিৰ্মাণ হ’ব অতিৰিক্ত ব্লক
. জনতা ভৱনত হ’ব বহুতৰপীয়া পাৰ্কিং
. নতুনকৈ স্থাপন হ’ব হস্ততাঁত আদৰ্শ গাঁও
. শদিয়াত হ’ব ভীমবৰ দেউৰী সমন্বয় ক্ষেত্ৰ
. আলাবৈত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰৰ উন্নয়নৰ ব্যৱস্তা
. দদৰা, চৰাইদেউতো প্ৰত্নতাত্ত্বিক ক্ষেত্ৰৰ উন্নয়নৰ ব্যৱস্থা
. ডিব্ৰুগড়ত হ’ব কলাক্ষেত্ৰ
. নৱম-দশম শ্ৰেণীৰো বিনামূলীয়া পাঠ্যপুথি
. সীমান্তৰ বনাঞ্চল সুৰক্ষাৰ বাবে নতুন বেটেলিয়ন গঠন
. পুডুচেৰীত হ’ব নতুন অসম ভৱন
. ২,৮৯,৩৬৭ কোটি টকাৰ বাজেট দাখিল অজন্তা নেওগৰ
. ৫৬৬ কোটিৰ ঘাটি বাজেট
. আয়ৰ লক্ষ্য ৮৮,৯৭৯ কোটি টকা
. এক দেশ এক ৰেচন কাৰ্ড প্ৰৱৰ্তন
. মেডিকেল কলেজৰ সংখ্যা ২০খনলৈ বৃদ্ধিৰ প্ৰস্তাৱ
. আয়ুস্মান ভাৰত অভিযানৰ অধীনত ২৭ লাখ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা
. খানাপাৰাৰ মুগাপামত সোণালী সূতাৰ উদ্যান
. জিএমচিএইচৰ ব্লাড বেংকৰ উন্নয়ন
. লখিমপুৰ-নগাঁও মেডিকেলত নতুন ব্লাড বেংক
. নতুন দিল্লীত হ’ব অসম সাংস্কৃতিক প্ৰকল্প













