ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ত চাবুৱা চক্ৰ বিষয়াৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত

News Desk by News Desk
July 24, 2021
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ত চাবুৱা চক্ৰ বিষয়াৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নিউজ ডেস্কঃ

ডিব্ৰুগড়ত আজি সন্ধ্যা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী বলেৰ’ গাড়ীয়ে এখন বাইক উফৰাই নিয়াৰ লগতে দুখন ৰৈ থকা বাহনৰ বিস্তৰ ক্ষতিসাধন হয়। জানিব পৰা মতে চাবুৱা চক্ৰ বিষয়াৰ বলেৰ’ গাড়ীৰ পৰাই এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। আজি সন্ধ্যা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় সংযোগী সেউজপুৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ বলেৰ’ গাড়ীখনত তিনিগৰাকী যুৱকসহ তীব্ৰবেগত মেডিকেল সংযোগী পথৰে আহি থকা অৱস্থাত বিপৰীত দিশে আহি থকা এখন বাইকত (এ এচ ০৬ ইউ৬৭২৬) তীব্ৰ গতিত খুন্দা মৰাত

বাইকৰ আৰোহী কৰন গিল (২২)বহু দূৰৈত চিটিকি পৰাৰ লগতে বাইকখন উফৰি পথৰ কাষত ৰৈ থকা এখন ক্ৰেটা বাহনত খুন্দা মৰাত বাইখন চুৰ্চমৈ হৈ পৰাৰ লগতে ক্ৰেটা বাহনখনৰো সন্মুখভাগৰ ক্ষতিসাধন হয়।

DIB2 | ASSAM TIMES POST

আনহাতেদি চাবুৱা চক্ৰ বিষয়া শিল্পীশিখা ঠাকুৰীয়া সেই সময়ত নাছিল দুৰ্ঘটনা সংঘটিত কৰা চৰকাৰী বাহনখনত। যাৰ ফলত AS06W 0599 নম্বৰৰ চক্ৰ বিষয়াৰ বাহনখনৰ চালক দীপ শ্বাহ (২২) গুৰুতৰভাবে আহত হোৱাৰ লগতে আৰোহী হিচাপে থকা আন তিনিজন যুৱক ক্ৰমে অভিশেষ ৰাউত (২৫), কামাল খান (২৪) আৰু ৰূপম বৰুৱা (২১) গুৰুতৰভাবে আহত হয়।

আনহাতেদি তীব্ৰবেগী বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা আন এখন ৱেগনাৰ বাহনৰ পিছফালে খুন্দা মৰাত ৱেগনাৰ বাহনখন ভাঙি চূৰ্ণ-বিৰ্চূণ হৈ পৰে। ইফালে AS06U 6726 নম্বৰৰ মটৰচাইকেলৰ চালক তথা মেডিকেল কলেজ চৌহদৰ নিৱাসী কৰন গিলৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে।

আনহাতে চক্ৰবিষয়াৰ গাড়ীখন নাম ফলক লগোৱাৰ ভাগতে কেনেদৰে চালকসহ উক্ত যুৱকৰ দলটোৱে লৈ গৈছিল। নে চক্ৰবিষয়াৰ অনুমতিতে নিছিলনে সেই লৈ ৰহস্যৰ সৃষ্টি কৰিছে। উচিত তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx