ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শাখা প্ৰৱন্ধকে প্ৰায় ৬ কোটিতকৈ অধিক টকা লৈ উধাও !

News Desk by News Desk
July 26, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ছাইদুল ইছলাম

ডিফু : অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ লাহৰিজান শাখাত ব্যাপক বেংক জালিয়াতিৰ কথা পোহৰলৈ অহাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ভয়ংকৰ বেংক জালিয়াতি সংঘটিত কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ খোদ শাখা প্ৰবন্ধকে । ৬ কোটিতকৈ অধিক টকা আত্মসাত কৰি এতিয়া পলাই ফুৰিছে দিব্য জ্যোতি কলিতা নামৰ প্ৰবন্ধক ৰূপী প্ৰবঞ্চকটো ।

দীৰ্ঘদিন ধৰি দিব্য জ্যোতি কলিতাই বেংকৰ সৈতে সংঘটিত কৰি আহিছিল এই প্ৰবঞ্চনা । দীৰ্ঘদিন ধৰি এই কাণ্ড সংঘটিত কৰি আহিছিল যদিও বেংকৰ উৰ্দ্ধতম ঘুণাক্ষৰেও জ্ঞাত নাছিল বেংকটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষ ৷ গমেই পোৱা নাছিল এই শাখা প্ৰৱন্ধকৰ উক্ত বৃহৎ জালিয়াতিৰ কথা । অতি চতুৰ দিব্য জ্যোতি কলিতাই কৌশলগতভাবে ভুৱা একাউণ্ট খুলি বেংকৰ ধন স্থানান্তৰ কৰিছিল সেইসমূহ ভুৱা একাউণ্টলৈ আৰু তাৰ পিছত নিজেই নগদ ধন উঠাই লৈছিল দিব্য জ্যোতি কলিতাই। দীৰ্ঘ সময় ধৰি চলাই থকা জালিয়াতিৰ কথা তেতিয়ালৈ উৰ্দ্ধত্বম কৰ্তৃপক্ষই ধৰিবই পৰা নাছিল ।

কিন্তু যোৱা কিছুদিন পূৰ্বে দিব্য জ্যোতি কলিতাই বেংকৰ পৰা একেলগে মোটা অংকৰ ধন উঠাইছিল বেংকৰ পৰা আৰু তাৰ পিছত হে উৰ্দ্ধত্বম কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ হৈছিল উক্ত ভয়ংকৰ জালিয়াতি কথা ৷ আৰু তাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছে বেংকৰ উৰ্দ্ধত্বম কৰ্তৃপক্ষই। এই সংক্ৰান্তত বোকাজানৰ খটখটি থানাত দাখিল কৰিছে এখন এজাহাৰ আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে IPC 420/409 ধৰাৰ অধীনত 89/2021 নম্বৰত গুৱাহাটীৰ নুনমাটিৰ নিবাসী প্ৰবন্ধকে ৰূপী প্ৰবঞ্চকৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ।

আনহাতে অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰবি আংলং জিলাৰ আঞ্চলিক প্ৰৱন্ধক ভাষ্কৰ জ্যোতি সেনাপতিয়ে সাংবাদিকৰ আগত কয় যে, অসম গ্ৰামীণ বিকাশ বেংকৰ লাহৰিজান শাখা প্ৰৱন্ধকজনে বেংকটোৰ এক আভ্যন্তৰীণ একাউণ্টৰ পৰা ধনখিনি আন একাউণ্টলৈ স্থানান্তৰ কৰি সৰকাই নিছিল ৷ ইয়াৰদ্বাৰা গ্ৰাহকৰ একাউণ্টত প্ৰভাৱ নপৰে বুলি কয় শীৰ্ষ বিষয়াজনে ৷ এই সন্দৰ্ভত যোৱা মাহত খটখটী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ উক্ত ঘটনাৰ পিছত এনে জালিয়াতি যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে শাখাসমূহৰ আভ্যন্তৰীণ একাউন্টসমূহ ফিক্সড ডেপজিট কৰি দিয়া হৈছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx