ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাঞ্জাত দুই দূৰ্ধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ ,দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 11, 2019
Reading Time: 1 min read
A A
0
2 Dead in Road Accident at Phulaguri

LOGO ASSAM TIMES POST | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

ডিফুঃ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ প্ৰত্যাশিত ভাবে কাৰ্বি আংলঙ জিলাৰ মাঞ্জা আৰু ডিলাইৰ দৰে এলেকাক একাংশ দূৰ্ধৰ্ষ গাড়ীচোৰে নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ পিছত শেহতীয়াকৈ মাঞ্জা আৰক্ষীৰ তৎপৰতাত দৰঙ জিলাৰ পৰা চুৰি কৰি অনা দুই গভাইত গাড়ী চোৰক গাড়ী সহ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

ঘটনাৰ বিৱৰণি অনুসৰি দৰঙ জিলাৰ দেওমৰণৈ ৰান্ধনি সত্ৰ গাওঁ নিবাসী তথা দৰঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তৰ নিজা ঘৰৰ পৰাই কালি পুৱতি নিশা এএছ ১৩ জি ৮০১৭ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন চুৰি কৰি নিয়ে ৷

df327e5e 122f 4878 a9a9 0c37f95293c3 | ASSAM TIMES POST

সাধাৰণতে আন্তঃৰাজ্যিক চুৰি গাড়ীৰ বিক্ৰী কেন্দ্ৰ হিচাপে চৰ্চিত হোৱা নাগালেণ্ডৰ ডিমাপুৰত গাড়ীচোৰৰ দলটোৱে গাড়ীটো বিক্ৰি কৰিবলৈ আনে ৷ এক বিশেষ সুত্ৰৰ পমখেদি কালি সন্ধিয়া প্ৰায় ৭ মান বজাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতত্বত এটা অভিযানকাৰী দলে অভিযান চলাই চুৰি হোৱা গাড়ী সহ দুই দূৰ্ধৰ্ষ গাড়ী চোৰক জালত পেলাবলৈ সক্ষম হয় ৷

b045652c 5038 40d5 9465 3690abc9f559 | ASSAM TIMES POST

ধৃত গাড়ীচোৰ দুটা দৰঙ জিলাৰ মঙলদৈৰ নিজদহি বণিয়াপাৰা গাঁৱৰ সুৰজ বণিয়াৰ পুত্ৰ পৱন বণিয়া ( ২৩) আৰু একে জিলাৰ মঙলদৈৰ বৰখটৰা গাওঁ নিবাসী লাভাৰ কলিতাৰ পুত্ৰ ভৱেশ কলিতা (২০) বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ এই বৃহৎ সফলতাক সচেতন মহলে শলাগ লৈছে ৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx