ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘ৰূপ নহয়, সোণ বিচাৰোঁ’ : পদক নিশ্চিত কৰি জনালে লাভলীনাই

Staff Reporter by Staff Reporter
July 30, 2021
Reading Time: 1 min read
A A
0
‘ৰূপ নহয়, সোণ বিচাৰোঁ’ : পদক নিশ্চিত কৰি জনালে লাভলীনাই

logo new 2 1 1 4 8 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

নিউজ ডেস্কঃ

টকিঅ’ অলিম্পিকত ব্রঞ্জ নিশ্চিত লাভলীনা বৰগোঁহাইৰ। কিন্তু তাতেই থমকি ৰ’বলৈ ৰাজী নহয় তেওঁ। ভাৰতীয় বক্সাৰগৰাকীয়ে বিচাৰিছে সোণৰ পদক। ছেমি ফাইনালত প্ৰৱেশ কৰি সেই কথাই জনালে তেওঁ।

শুক্রবাৰে চীনা টাইপেইৰ চেন নিয়েন-চিনক ৪-১ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই। কোৱার্টাৰ ফাইনেলত জয়ী হৈ পদক নিশ্চিত কৰিলে তেওঁ। ছেমি ফাইনেলত প্ৰৱেশ কৰি লাভলীনাই কয়, ‘‘কোৱার্টাৰ ফাইনেলত জয়ী হৈ আত্মবিশ্বাস বাঢ়িছে। এইবাৰ ছেমি ফাইনেলত জয়ী হোৱাই লক্ষ্য। চেষ্টা কৰিম আৰু ভাল খেলিবলৈ। ভাৰতৰ বাবে সোণৰ পদক জয়ী কৰিব বিচাৰোঁ। সেইটোৱে মোৰ প্ৰকৃত লক্ষ্য।’’

https://twitter.com/India_AllSports/status/1420957762888953856/photo/1?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1420957762888953856%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Ftokyo-olympics-2020-lovlina-borgohain-eyes-gold-medal-for-india-dgtl%2Fcid%2F1295614

উল্লেখ্য, বক্সিঙত ভাৰতলৈ প্রথম পদকটি আহিছিল বিজেন্দ্র সিঙৰ জৰিয়তে। ৯ বছৰ পিছত পুনৰ বক্সিঙত পদক আহিল দেশলৈ। মেৰি কমৰ পিছত দ্বিতীয়গৰাকী মহিলা বক্সাৰ হিচাবে ভাৰতক পদক দিলে লাভলীনাই।

Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

May 15, 2026
50
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ
National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

May 15, 2026
50
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক
National-International

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

May 15, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

May 15, 2026
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

May 15, 2026
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx