ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম-নাগালেণ্ডৰ উচ্চস্তৰীয় বৈঠক :

উপস্থিত উপায়ুক্তসহ আৰক্ষী আয়ুক্ত আৰু উপ-মহাপৰিদৰ্শক

News Desk by News Desk
July 30, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীক বৰ্বোৰচিত হত্যাকাণ্ডৰ পিছত আজি অসম আৰু নাগালেণ্ডৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ কাৰ্বি আংলঙৰ বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক।

মিজোৰামৰ লগত সীমাকেন্দ্ৰিক ঘটনাৰ পিছতে অসম নাগালেণ্ডৰ সীমান্তৰ বিষয়ে আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল।

বৈঠকত দুয়োখন ৰাজ্যৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ আৰু সীমাক লৈ আলোচনা হয় ৷

বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক, গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্তৰ লগতে নাগালেণ্ডৰ আৰক্ষী আয়ুক্ত, উপায়ুক্ত আৰু আৰক্ষী বিষয়াসকল।

মিজোৰামৰ দৰে অসম-নাগালেণ্ড সীমান্তত ভৱিষ্যতে যাতে কোনো অঘটন নঘটে তাক লৈ আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী বিষয়াসকল।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT