ASSAM TIMES POST
বোকাখাত: বোকাখাতৰ বিজ্ঞান শাখাৰ একমাত্ৰ উচ্চশিক্ষাৰ কেন্দ্ৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষ্যে আজি বোকাখাতৰ ৰাজপথত মহাবিদ্যালয়খনৰ প্ৰতি আস্থা আৰু শ্ৰদ্ধা প্ৰদৰ্শনেৰে বোকাখাতৰ সংখ্যাগৰিষ্ঠ শিক্ষানুষ্ঠান, দল-সংগঠনৰ সন্মিলিত বৰ্ণাধ্য শোভাযাত্ৰাৰ দৃশ্য।














