![]()
বিশেষ প্ৰতিনিধিঃ
লংকাত ৰে’লৰ খুন্দাৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষকৰ মৃত্যু। অৱসৰ প্রাপ্ত শিক্ষককজনৰ নাম যোগেশ্বৰ শইকীয়া (৭৪)। যোগেশ্বৰ শইকীয়াৰ ঘৰ লংকাৰ ২নং পিপুল পুখুৰীত। হাইপুৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত বৰ্তমানলকৈ ৰে’লৱে আৰক্ষী উপস্থিত হোৱা নাই।












