![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমৰ ৰাজ্যসভা এখন আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা। ৪ অক্টোবৰত অনুষ্ঠিত হ’ব নির্বাচন।
উল্লেখ যোগ্য যে বিশ্বজিৎ দৈমাৰী বিজেপিত যোগদানৰ পাছতে খালি হৈছিল আসনখন। সাংসদ পদ ত্যাগ কৰে দৈমাৰী বৰ্তমান অসম বিধানসভা অধ্যক্ষ।

© 2020 Assam Times Post. | Powered By Webx